ভগৱান শিৱৰ প্ৰিয় এই ৰাশিৰ লোক, জানক সবিশেষ 

9  December, 2024 

TV9 ASSAM

দেৱৰ দেৱ মহাদেৱ। কোৱা হয়, ভগৱান শিৱ ভক্তৰ পৰা সোনকালে সন্তুষ্ট হয়। ভক্তই মনৰ পৰা শিৱক পূজা কৰিলে সকলো মনৰ কামনা পূৰ্ণ হয় বুলি এক মান্যতা আছে।

ভগৱান শিৱ

ভগৱান শিৱক ভোলে বাবা বুলিও কোৱা হয়। মান্যতা অনুসৰি সঁচা অন্তৰৰে স্তুতি কৰিলে শিৱই বৰদানেৰে উপচাই দিয়ে।

কৃপা

কিন্তু কেইটামান ৰাশি শিৱজীৰ অতি প্ৰিয়। মান্যতা অনুসৰি এই ৰাশিৰ জাতক- জাতিকাই শিৱজীৰ প্ৰত্যক্ষ কৃৰা লাভ কৰে যাৰ ফলত জীৱন সহজ হৈ পৰে।

প্ৰিয় ৰাশি

ভগৱান শিৱৰ অতি প্ৰিয় ৰাশি হ'ল মেঘ ৰাশি। যাৰ বাবে এই ৰাশিৰ জাতক-জাতিকাই প্ৰায় সকলো কামতে সফলতা লাভ কৰে আৰু জীৱনত উন্নতি  হয়।

মেঘ ৰাশি

তুলা ৰাশিৰ স্বামী ধনৰ দেৱতা শুক্ৰ। এই ৰাশিৰ লোক আধ্যাত্মিক প্ৰবৃত্তিৰ হয়। যাৰ বাবে এই ৰাশিৰ লোকৰ ওপৰত সদায় ভগৱান শিৱৰ কৃপা  থাকে।

তুলা ৰাশি

মকৰ ৰাশিৰ স্বামী শনিদেৱ। গতিকে এই ৰাশিৰ ওপৰত শনিদেৱৰ লগতে শিৱৰ আশীৰ্বাদো থাকে। এই ৰাশিৰলোকে শিৱক সঁচা মনেৰে পূজা কৰিলে জীৱনৰ সকলো সমস্যাৰ সমাধান হয়।

মকৰ ৰাশি

ভগৱান শিৱৰ আটাইতকৈ প্ৰিয় ৰাশি কুম্ভ। এই ৰাশিৰলোকৰ পৰা শিৱ সদায় সন্তুষ্ট থাকে। কোৱা হয় কুম্ভ ৰাশিৰ লোক দয়ালু আৰু ভাল হয়। যাৰ বাবে শিৱৰ কৃপা সদায় থাকে।

কুম্ভ ৰাশি

পঢ়িবলৈ ক্লিক কৰক 

চুলিত এনেদৰে ব্যৱহাৰ কৰক এলোভেৰা জেল