TV9 ASSAM
বহুতে ভাবে গৰমত পিয়াঁজ খোৱা বেয়া। কিন্তু পিয়াঁজে শৰীৰ ঠাণ্ডা কৰি ৰাখে। পিয়াঁজত শৰীৰ ঠাণ্ডা কৰিব পৰা উপাদান থাকে। যাৰ ফলত গৰমত ঘাম কম ওলাই আৰু সকাহ পোৱা যায়।
পিয়াঁজত এন্টিঅক্সিডেন্ট থাকে। যিয়ে গৰমৰ বিৰুদ্ধে যুঁজ দিয়াত শক্তি প্ৰদান কৰে। আৰু ইয়াৰ ফলত হ'ব পৰা সমস্যাৰ পৰা আঁতৰাই ৰাখে। গতিকে কম পৰিমাণে পিয়াঁজ খাব পাৰে।
পিয়াঁজত ফাইবাৰ আৰু প্ৰোবায়োটিক্স থাকে। যিয়ে অন্ত্ৰত বেক্টেৰিয়া থাকিব নিদিয়ে। ইয়াৰ ফলত পাচন তন্ত্ৰ সঠিক হয়। গতিকে আপুনি গৰমতো কম পৰিমাণে পিয়াঁজ খাব পাৰে।
পিয়াঁজত পানী আৰু ইলেক্ট্ৰোলাইটছ অধিক পৰিমাণে থাকে। যাৰ বাবে ই শৰীৰত হাইড্ৰেট কৰি ৰাখে। ইয়াৰোপৰি পৰ্যাপ্ত পৰিমাণৰ পানী খাব লাগে।
পিয়াঁজত কবেৰছিটিনৰ দৰে এন্টিঅক্সিডেন্টছ থাকে। ই ইমিউনিটি ভাল দৰে আৰু শৰীৰক ডিটক্স কৰি ৰাখে। কেঁচা পিয়াঁজো খাব পালে আপুনি।
পিয়াঁজত এন্টিঅক্সিডেন্টছ আৰু ভিটামিনট চি থাকে। ই ছালত ধুনীয়া কৰি তোলে আৰু দাগ আঁতৰায়। ইয়াৰোপৰি পিয়াঁজৰ ৰস চুলিত লগাব পাৰে। ই মূৰ ঠাণ্ডা কৰে আৰু চুলি ধুনীয়া কৰে।
পিয়াঁজত ছালফাৰ মাত্ৰা অধিক পৰিমাণে থাকে। এনে ক্ষেত্ৰত ই কৰ্কটৰ কোষ বৃদ্ধি কৰাত বাধা প্ৰদান কৰে। এই ক্ষেত্ৰত অধিক জানিবলৈ আপুনি চিকিৎসকৰ পৰামৰ্শ লোৱা দৰকাৰ।
পঢ়িবলৈ ক্লিক কৰক