ভাৰতৰ ১০০ টকা চীনত কিমান হয়? জানক...

26 May 2025

TV9 ASSAM

বিগত কেইটামান বছৰ ধৰি ভাৰত-চীনৰ সম্পৰ্কত যথেষ্ঠ অৱনতি ঘটিছে। ইয়াৰ মাজতে ভাৰত-পাকিস্তানৰ সংঘৰ্ষত চীনে পাকিস্তানক প্ৰত্যক্ষ সমৰ্থন আগবঢ়াইছে। এক কথাত চীন ভাৰতৰ বন্ধু হৈ থকা নাই।

ভাৰত-চীন

অৰ্থনীতিৰ ফালৰ পৰা ক'বলৈ হ'লে ভাৰততকৈ চীন আগবঢ়া। চীন বিশ্বৰ দ্বিতীয় বৃহৎ অৰ্থনীতি হোৱাৰ বিপৰীতে ভাৰত আছে চতুৰ্থ স্থানত। গতিকে প্ৰশ্ন হয়, ভাৰতৰ ১০০ টকা চীনক কিমান হয়?

অৰ্থনীতি

উল্লেখ কৰা প্ৰয়োজন যে, প্ৰতিখন দেশৰ মুদ্ৰাৰ মূল্য বেলেগ বেলেগ।  কিছুমান দেশৰ মুদ্ৰাৰ মূল্যৰ মাজত পাৰ্থক্য অধিক আৰু কিছুমানৰ কম। ভাৰত-চীনৰ মুদ্ৰাৰো আছে পাৰ্থক্য।

মুদ্ৰা

 ভাৰতৰ ১০০ টকাৰ মূল্য চুবুৰীয়া ৰাষ্ট্ৰ চীনত ৮.৪৮ চাইনিজ য়ুৱান হয়। গতিকে দেখা যায় যে, ভাৰতৰ মুদ্ৰাৰ মূল্য চীনত বহু কম হৈ পৰে।

ভাৰতৰ ১০০ টকা

 ইয়াৰ বিপৰীতে ভাৰতৰ ১ টকাৰ মূল্য চীনত হয়গৈ 0.085 চাইনিজ য়ুৱান। চীনৰ মুদ্ৰাক চাইনিজ যুৱান বুলি কোৱা হয়। ভাৰতীয় মুদ্ৰাক INR লিখাৰ দৰে চীনৰ মুদ্ৰাক CNY বুলি লিখে।

ভাৰতৰ ১ টকা

চীনৰ মুদ্ৰা পিপুলছ বেংক অৱ চাইনাই নিয়ন্ত্ৰণ কৰে।  এই বেংকটোৱে নোট বা মুদ্ৰা প্ৰস্তুত কৰাৰ লগতে ইয়াৰ লগত জড়িত নিৰ্দেশনা জাৰি কৰে। প্ৰতিখন দেশৰ মুদ্ৰা বেংকে নিয়ন্ত্ৰণ কৰে।

বেংক

চাইনিজ য়ুৱানৰ লগতে চীনৰ মুদ্ৰাক চীনা ইউয়ান ৰেনমিনবি বুলিও কোৱা হয়। বেংকনোট ১ ফেনৰ পৰা ১০০ ৰেনমিনবিলৈকে মূল্যত জাৰি কৰা হয়। বেছিভাগ নোটত চীনৰ কমিউনিষ্ট বিপ্লৱৰ নেতা মাও জেদঙৰ ফটো থাকে।

কাৰ ফটো

পঢ়িবলৈ ক্লিক কৰক 

ভাৰতৰ ১০০ টকাৰ মূল্য বাংলাদেশত কিমান