সুখী হোৱাৰ উপায় জনালে প্ৰেমানন্দ মহাৰাজে

10 July 2025

TV9 ASSAM

প্ৰেমানন্দ মহাৰাজৰ ওচৰলৈ প্ৰতিদিনে বহু ভক্ত আহে। ভক্তই মহাৰাজৰ ওচৰত নিজৰ সমস্যাৰ কথা কয় আৰু মহাৰাজে তেওঁলোকক পথ প্ৰদৰ্শন কৰে। বহু ভক্তি আৰু আস্থা লৈ ভক্তসকল তেওঁৰ ওচৰলৈ আহে।

প্ৰেমানন্দ মহাৰাজ

শেহতীয়াকৈ এজন ভক্তই সুধিছিল যে- জীৱনত সুখী হ'বলৈ কি কৰিব লাগে? জীৱনত দুখ অহা প্ৰয়োজনীয় নেকি? প্ৰেমানন্দ মহাৰাজে ইয়াৰ এনেকুৱা উত্তৰ দিয়ে যে সকলোৰে জীৱন সুখী হৈ পৰিব।

প্ৰশ্ন

প্ৰেমানন্দ মহাৰাজে কয় যে, প্ৰতিদিনে ৫ মিনিট ইশ্বৰৰ নাম স্মৰণ কৰক। নিজৰ মনটোক বুজিবলৈ চেষ্টা কৰক যে কিয় অশান্তিত ভুগি আছে। মহাৰাজে কয়, যেতিয়ালৈকে আপুনি নিজৰ পৰা দূৰত আছে তেতিয়ালৈকে মন শান্ত নহয়।

ইশ্বৰ

মহাৰাজে কয়, প্ৰতিদিনে ভগৱানৰ নাম জপ কৰাৰ ফলত মন শান্ত হৈ থাকে লগতে নেতিবাচক ভাব দূৰ হয়। ইয়াৰোপৰি ইয়াৰ ফলক কোনো দুৰ্ঘটনা নহয় বা বেয়া হ'বলগীয়া থাকিলে নহয়।

আৰু কয়

মহাৰাজে কয় যে, নিজৰ ঘৰটোক মন্দিৰৰ দৰে ৰাখক।  মিছা কথা, চল, খং, অপশব্দ আৰু বাহিৰত ৰাখক আৰু খাদ্য গ্ৰহণ, সেৱাক ভিতৰত ৰাখক। ইয়াৰ ফলত নিজে নিজে শান্তি আহিব।

মন্দিৰ

প্ৰেমানন্দ মহাৰাজে লগতে কয়, গাই গৰুত দেৱতাই বাস কৰে। গতিকে গো মাতাৰ সেৱা কৰিব লাগে। এনে কৰাৰ ফলত সকলো দোষ নোহোৱা হয়।  বৃহস্পতিবাৰ বা অমৱশ্যাত গো মাতাৰ সেৱা কৰিলে বিশেষ কৃপা পোৱা যায়।

গাই গৰু

য'ত চাকি জ্বলোৱা হয়, তাৰ পৰা অন্ধকাৰ আঁতৰি যায়। প্ৰতিদিনে সন্ধিয়া তুলসীৰ কাষত ঘিৰ চাকি জ্বলাব।  লগতে জয় শ্ৰী কৃষ্ণৰ কীৰ্তন কৰিব। ইয়াৰ ফলত ঘৰলৈ শান্তি আৰু সকৰাত্মকতা আহিব।

চাকি

পঢ়িবলৈ ক্লিক কৰক 

গুৰু পূৰ্ণিমাত কি কৰিব