কিয় সকলো দেশে পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ কৰিব নোৱাৰে (GettyImages)

কিয় সকলো দেশে পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ কৰিব নোৱাৰে

23june 2025

Tv9-Assam-Logo

TV9 ASSAM

যোৱা কেইটামান দিন ধৰি ইৰাণ-ইজৰাইলৰ মাজত যুদ্ধ চলি আছে। ইজৰাইলে ইৰাণৰ পাৰমাণৱিক ঘাটিত আক্ৰমণ কৰাৰ পাছতে ইৰাণে ইজৰাইলক প্ৰত্যাক্ৰমণ কৰে। (GettyImages)

যোৱা কেইটামান দিন ধৰি ইৰাণ-ইজৰাইলৰ মাজত যুদ্ধ চলি আছে। ইজৰাইলে ইৰাণৰ পাৰমাণৱিক ঘাটিত আক্ৰমণ কৰাৰ পাছতে ইৰাণে ইজৰাইলক প্ৰত্যাক্ৰমণ কৰে।

ইৰাণ-ইজৰাইল

ইয়াৰ মাজতে আমেৰিকাই ইৰাণৰ ফৰ্ডো, নাটাঞ্জ, ইছফাহানৰ পাৰমাণৱিক স্থানত আক্ৰমণ চলায়। আমেৰিকাই কয় যে, কোনো পধ্যেই ইৰাণৰ ওচৰত পাৰমাণৱিক অস্ত্ৰ থাকিব নোৱাৰে।

ইয়াৰ মাজতে আমেৰিকাই ইৰাণৰ ফৰ্ডো, নাটাঞ্জ, ইছফাহানৰ পাৰমাণৱিক স্থানত আক্ৰমণ চলায়। আমেৰিকাই কয় যে, কোনো পধ্যেই ইৰাণৰ ওচৰত পাৰমাণৱিক অস্ত্ৰ থাকিব নোৱাৰে।

আমেৰিকা

কিন্তু প্ৰশ্ন হয়, কিয় প্ৰতিখন দেশে পাৰমাণৱিক অস্ত্ৰ তৈয়াৰ কৰিব নোৱাৰে? উল্লেখ কৰা প্ৰয়োজন যে, বৰ্তমান বিশ্বৰ ৯খন দেশৰ ওচৰত পাৰমাণৱিক অস্ত্ৰ আছে। তাৰ ভিতৰত ভাৰতো আছে। (GettyImages)

কিন্তু প্ৰশ্ন হয়, কিয় প্ৰতিখন দেশে পাৰমাণৱিক অস্ত্ৰ তৈয়াৰ কৰিব নোৱাৰে? উল্লেখ কৰা প্ৰয়োজন যে, বৰ্তমান বিশ্বৰ ৯খন দেশৰ ওচৰত পাৰমাণৱিক অস্ত্ৰ আছে। তাৰ ভিতৰত ভাৰতো আছে।

কিয় থাকিব নোৱাৰে

কেৱল মাত্ৰ ৫ খন দেশহে পাৰমাণৱিক ৰাষ্ট্ৰ। অৰ্থাৎ এই দেশকেইখনে বৈধভাবে পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ কৰিব পাৰে। এই দেশকেইখন- আমেৰিকা, ব্ৰিটেইন, ৰাছিয়া, ফ্ৰান্স আৰু চীন।

বৈধ

পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ কৰা কোনো সহজ কাম নহয়। এই অস্ত্ৰ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় সামগ্ৰী বিশ্বৰ বহু দেশত উপলব্ধ নহয়। ইয়াৰোপৰি NPT চুক্তিৰ বাবেও এই অস্ত্ৰ অন্য দেশে নিৰ্মাণ কৰিব নোৱাৰে।

পাৰমাণৱিক 

NPT (নিউক্লিয়াৰ নন-প্ৰোলিফেৰেশ্যন ট্ৰিটি)এক ঐতিহাসিক আন্ত:ৰাষ্ট্ৰীয় চক্তি। ইয়াৰ উদ্দেশ্য পাৰমাণৱিক অস্ত্ৰ আৰু অস্ত্ৰৰ প্ৰযুক্তিৰ প্ৰসাৰ ৰোধ কৰা আৰু পাৰমাণৱিক শক্তিৰ শান্তিপূৰ্ণ ব্যৱহাৰত  সহযোগিতা প্ৰসাৰিত কৰা।

NPT

উল্লেখ কৰা প্ৰয়োজন যে, NPT অৰ্থাৎ Nuclear Non-Proliferation Treaty ১৯৭০ চনত কাৰ্যকৰী হৈছিল। এই চুক্তিত কোৱা হৈছিল যে, কেৱল আমেৰিক, ৰাছিয়া, ব্ৰিটেইন, ফ্ৰান্স আৰু চীনে পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ কৰিব পাৰিব। এই চুক্তিত ১৯১ খন দেশে স্বাক্ষৰ প্ৰদান কৰিছিল।  

চুক্তি 

গতিকে বিশেষকৈ এই চুক্তিৰ বাবে অন্য দেশে পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ কৰিব নোৱাৰে। 

চুক্তি 

পঢ়িবলৈ ক্লিক কৰক 

সবাতোকৈ শক্তিশালী মিছাইল