ডিঙিৰ বিষৰ কাৰণ  কি কি হ'ব পাৰে জানক... (GettyImages)

ডিঙিৰ বিষৰ কাৰণ  কি কি হ'ব পাৰে জানক...

2 June 2025

Tv9-Assam-Logo

TV9 ASSAM

বহু লোকৰ প্ৰায়ভাগ সময়তে ডিঙিৰ বিষ হোৱা দেখা যায়।  কেতিয়াবা এয়া কোনো সাধাৰণ লক্ষণ বুলি ধৰা হয় যদিও ইয়াৰ আঁৰত অন্য কাৰণ থাকিব পাৰে। ইয়াৰ বিষয়ে জনা দৰকাৰ। (GettyImages)

বহু লোকৰ প্ৰায়ভাগ সময়তে ডিঙিৰ বিষ হোৱা দেখা যায়।  কেতিয়াবা এয়া কোনো সাধাৰণ লক্ষণ বুলি ধৰা হয় যদিও ইয়াৰ আঁৰত অন্য কাৰণ থাকিব পাৰে। ইয়াৰ বিষয়ে জনা দৰকাৰ।

ডিঙি বিষ

অৰ্থপে়ডিক চাৰ্জন ডাঃ অখিলেশ যাদৱে কয় যে, চাৰ্ভাইকেল স্পন্ডালাইটি হৈছে  মেৰুদণ্ড বা বয়স বৃদ্ধিৰ বাবে হোৱা সমস্যা। ইয়াৰ ফলত ডিঙিত জঠৰতা, বিষ, কেতিয়াবা হাতত টিং টিং শব্দ হ'ব পাৰে। (GettyImages)

অৰ্থপে়ডিক চাৰ্জন ডাঃ অখিলেশ যাদৱে কয় যে, চাৰ্ভাইকেল স্পন্ডালাইটি হৈছে  মেৰুদণ্ড বা বয়স বৃদ্ধিৰ বাবে হোৱা সমস্যা। ইয়াৰ ফলত ডিঙিত জঠৰতা, বিষ, কেতিয়াবা হাতত টিং টিং শব্দ হ'ব পাৰে।

চাৰ্ভাইকেল স্পন্ডালাইটি

একে অৱস্থা বহু সময় বহি থাকিলে বা ভুল ধৰণে শুৱাৰ ফলত মাংসপেশীত সমস্যা আহিব পাৰে। ফোন, লেপটপ বহু সময় ব্যৱহাৰৰ ফলতো ডিঙিৰ বিষ হ'ব পাৰে। (GettyImages)

একে অৱস্থা বহু সময় বহি থাকিলে বা ভুল ধৰণে শুৱাৰ ফলত মাংসপেশীত সমস্যা আহিব পাৰে। ফোন, লেপটপ বহু সময় ব্যৱহাৰৰ ফলতো ডিঙিৰ বিষ হ'ব পাৰে।

মাংসপেশী

যদি ডিঙিৰ তীব্ৰ বিষৰ লগতে জ্বৰ, মূৰৰ বিষ আৰু বমি হয় তেন্তে ই মেনিনজাইটিছৰ লক্ষণ হ'ব পাৰে।  ই এক গুৰুতৰ সংক্ৰমণ। এই ক্ষেত্ৰত লগে লগে চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে।

মেনিনজাইটিছ

ডিস্ক হাৰ্ণিয়েশ্যন বা শ্লিপ ডিস্কৰ বাবে ডিঙিত বিষ হোৱাৰ সম্ভাৱনা থাকে। ইয়াৰ ফলত স্নায়ুত হেঁচা, ডিঙিত বিষ হ'ব পাৰে। কেতিয়াবা এই বিষ কান্ধ, বাহু পৰ্যন্ত বিয়পি পৰে।

চাৰ্ভাইকেল ডিস্ক

অষ্টিঅ'আৰ্থাইটিছ বা বাতবিষৰ দৰে অৱস্থাত কেতিয়াবা গাঁঠিবোৰ ফুলা বা বিষ হ'ব পাৰে। কেতিয়াবা ডিঙিটো অন্য ফালে ঘূৰাব নোৱাৰা অৱস্থাও হয়।

বাতবিষ

যদি আপোনাৰ দীৰ্ঘদিন ধৰি ডিঙিৰ বিষ হৈ আছে তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱা দৰকাৰ। ইয়াৰ বিষয়ে অধিক আপোনাক চিকিৎসকে জনাব।

চিকিৎসক

পঢ়িবলৈ ক্লিক কৰক 

হাওঁফাওঁ বিকলৰ লক্ষণ