গুপ্তাংগৰ খজুৱতি এক ডাঙৰ সমস্যা।

10  SEP 2025

TV9 ASSAM

বহুতে এনেধৰণৰ সমস্যাৰ কথা ক'বলৈ লাজ কৰে। এই সমস্যাত ভুলতেও খজুৱাব নালাগে।

সমস্যা

গৰমত বেক্টেৰিয়াৰ সংক্ৰমণৰ সম্ভাৱনা বহু পৰিমাণে বৃদ্ধি পায়।

সমস্যা

গ্ৰীষ্মকালত ঢিলা কাপোৰ পৰিধান কৰিব।

সমাধান

যদি গুপ্তাংগৰ খজুৱতি হয় , তেন্তে বিশুদ্ধ নাৰিকল তেল লগাব লাগে।

সমাধান

কুহুমীয়া পানীৰে ছালখন ধুব, তেতিয়া খজুৱতি কম হ’ব।

সমাধান

ভেঁকুৰৰ সংক্ৰমণেই ইয়াৰ আটাইতকৈ ডাঙৰ কাৰণ

সমাধান

সাধাৰণতে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভাৱত এনে হয়।

সমাধান

লগতে পঢ়ক

এখিলা পাত খাই ৰোগ নিৰাময়!