নাগ পঞ্চমীত সাপ দেখিলে জীৱনত কেনে প্ৰভাৱ পৰিব পাৰে?

24 July 2025

TV9 ASSAM

হিন্দুসকলৰ এক পবিত্ৰ উৎসৱ নাগ পঞ্চমী। অহা ২৯ জুলাই তাৰিখে নাগ পঞ্চমী উৎসৱ পালন কৰা হ'ব।

নাগ পঞ্চমী

এই দিনটোত সাপৰ পূজা কৰা হয়। শাওন মাহত এই দিনটো অতি শুভ হিচাপে গণ্য কৰা হয়।

সাপৰ পূজা

নাগ পঞ্চমীৰ দিনটোত সাপ দেখা পোৱাটো সাধাৰণতে অত্যন্ত শুভ বুলি গণ্য কৰা হয়।

সাপ দৰ্শন

এই দিনটোত যদি কোনো ভক্তই সাপ দেখা পায়, তেতিয়া ভোলেনাথে নিজেই দৰ্শন দিয়া বুলি কোৱা হয়।

ভগৱান শিৱ

এই দিনতোত সাপ দেখিলে লগতে ভগৱান শিৱৰ আশীৰ্বাদ আপোনাৰ ওপৰত থাকিব বুলি বিশ্বাস কৰা হয়।

আশীৰ্বাদ

নাগ পঞ্চমীৰ দিনা সাপ দেখা পোৱাটো আৰ্থিক অৱস্থাৰ উন্নতিৰ লক্ষণ হ’ব পাৰে।

আৰ্থিক লাভ

পঢ়িবলৈ ক্লিক কৰক 

কেঁচা হালধি খালে দেহত কেনে প্ৰভাৱ পৰে