ৰাছিয়াত কিমান মুছলিম জনসংখ্যা আছে?

4 Dec 2025

TV9 ASSAM

৪ আৰু ৫ ডিচেম্বৰত ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন। এই সময়চোৱাত ভাৰত আৰু ৰাছিয়াৰ মাজত কেইবাখনো চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে।

ৰাছিয়া

ৰাছিয়া প্ৰায়ে চৰ্চাত থকা দেখা যায়।ভাৰতৰ সৈতে ৰাছিয়াৰ ভাল সম্পৰ্ক আছে। ৰাছিয়াত বিভিন্ন ধৰ্মৰ লোকে বাস কৰে। কিন্তু প্ৰশ্ন হয় ৰাছিয়াত কিছুমান সংখ্যক মুছলিম থাকে?

মুছলিম

তথ্য অনুসৰি, ৰাছিয়াত থকা মুছলমানৰ সংখ্যা ১৪ মিলিয়নৰ পৰা প্ৰায় ১৬ মিলিয়নৰ ভিতৰত আছে। ৰাছিয়াৰ মুঠ জনসংখ্যাই ই প্ৰায় ১০ ৰ পৰা ১১ শতাংশ।

মুছলিম

ইউৰোপৰ সবাতোকৈ বেছি মুছলিম লোক বাস কৰা দেশৰ ভিতৰত ৰাছিয়া প্ৰথমে আহে। জানিব পৰা মতে, ৰাছিয়াত প্ৰায় ১.৪ৰ পৰা ২.৫ কোটি মুছলমান বৰ্তমান আছে।

ৰাছিয়াত মুছলিম

২০১৭ চনৰ এক তথ্য অনুসৰি ৰাছিয়াত ১.৪ কোটি (১০শতাংশ) মুছলমান আছে। কিন্তু কিছুমানে ইয়াৰ সংখ্যা ২.৫ কোটি (১১ শতাংশ) বুলি ক'ব বিচাৰে।

তথ্য

ৰাছিয়াৰ বেছি সংখ্যক মুছলিম উত্তৰী কাকেশছ আৰু বাল্গা বেছিন ক্ষেত্ৰত বাস কৰে। এইসকলৰ ভিতৰত তাতাৰা, বছকিৰ আৰু চেচেন দৰে জাতীয় সমূদায় আছে। চহৰৰ ভিতৰত কজান আৰু তাতাৰস্তানত বেছি মুছলিম আছে।

ক'ত থাকে

ৰাছিয়াত মুছলিম জনসংখ্যা ক্ৰমান্বয়ে বৃদ্ধি হৈ আছে। অনুমান অনুসৰি ২০৩৪ চনলৈ মুঠ জনসংখ্যাৰ ৩০ শতাংশ হ'ব। জন্মৰ হাৰ আৰু প্ৰবজনৰ বাবে সংখ্যা বৃদ্ধি পাইছে।

বৃদ্ধি

পঢ়িবলৈ ক্লিক কৰক 

তুলসী পানীৰ উপকাৰ