পৃথিৱীৰ সবাতোকৈ গৰম ঠাই, ৭৫ ডিগ্ৰী ছেলচিয়াছ পৰ্যন্ত হয় উষ্ণতা

১৭ মে',2024

ভাৰতৰ বহু ঠাইত গৰমে মানুহক জ্বলা-কলা খুৱায়। কেৱল ভাৰততে নহয়, বিশ্বৰ বহু প্ৰান্তত একেই অৱস্থা।

গৰমে দহি মাৰে ঠাইখন

ইৰানৰ বন্দৰ-ই-মহচাহৰ পৃথিৱীৰ সবাতোকৈ গৰম ঠাই। জুলাইত ২০১৫ চনত ইয়াৰ সৰ্বাধিত তাপমাত্ৰা আছিল ৭৪ ডিগ্ৰী ছেলচিয়াচ।

প্ৰায় ৭৫ ডিগ্ৰী ছেলচিয়াছ হয় উষ্ণতা

লিবিয়াৰ মৰুভূমিৰ মাজত আছে ঘদামেছ নামৰ ঠাইখন। ইয়াত গড় উষ্ণতা ৪০ ডিগ্ৰী চেলছিয়াছ। ইয়াত সৰ্বাধিক তাপমাত্ৰা ৫৫ ডিগ্ৰী চেলছিয়াছ ৰেকৰ্ড কৰা হৈছে।

ঘদামেছ

চুডানৰ ৱাডি হালফা নামৰ চহৰখনত বৰষুণ নহয়। এই চহৰখনত জুন মাহত তীব্ৰ গৰম হয়। ইয়াত গড় তাপমাত্ৰা ৪১ ডিগ্ৰী চেলছিয়াছ।

চুডান

১৯৪২ চনৰ জুন মাহত কিবুটজত সৰ্বোচ্চ তাপমাত্ৰা ৫৪ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত হৈছিল।

১৯৪২ চনত ৫৪ ডিগ্ৰী তাপমাত্ৰা

পঢ়িবলৈ ক্লিক কৰক...

গৰমত নিশা শোৱাৰ পূৰ্বে গা ধোৱে নেকি?