এইসকল লোকে ভুলতো খালী পেটত নাখাব চাহ! 

14  SEP 2025

TV9 ASSAM

Credits: Getty Images

বহু লোকৰ পুৱা উঠিয়ে খালী পেটত চাহ খোৱা অভ্যাস আছে।  চাহ অবিহনে তেওঁলোকৰ দিনটো আৰম্ভ নহয়।

চাহ

কিন্তু খালী পেটত চাহ খোৱাটো ভালনে? কোনসকল লোকে খালী পেটত চাহ একেবাৰে চাহ খাব নালাগে? জানক...

খাব লাগেনে?

হাইপাৰ এচিডিটিত আক্ৰান্ত ৰোগীয়ে চাহ খাব নালাগে। চাহত কেফেইন থাকে। ই এক প্ৰকাৰৰ পেনিফেনল আৰু ই পেটৰ আৱৰণৰ ক্ষতি কৰে। ইয়াৰ ফলত পেটত অত্যধিক এচিড গঠন হয়।

এই ৰোগ

একাপ চাহতো ১০ৰ পৰা ৬০মিলিগ্ৰাম কেফেইন থাকে। ই শৰীৰত কৰ্টিছলৰ মাত্ৰা বৃদ্ধি কৰে, যিটো এটা মানসিক চাপৰ হৰম’ন। ইয়াৰ ফলত উদ্বিগ্নতাৰ সৃষ্টি হয়।

মানসিক চাপ

গেষ্ট্ৰিক সমস্যা থকা বা চিকিৎসাধীন হৈ থকা লোকে খালী পেটত চাহ খাব নালাগে।

গেষ্ট্ৰিক

কেফেইন বেছি পৰিমাণে সেৱন কৰিলে হাড়ত থকা কেলচিয়াম শোষণত প্ৰভাৱ পৰিব পাৰে।

গাঁঠিৰ বিষ

আলচাৰ হ’লে খালী পেটত চাহ খাব নালাগে। ইয়াৰ ফলত পেটৰ ভিতৰৰ পৃষ্ঠভাগৰ ক্ষতি হ’ব পাৰে।

আলচাৰ

উচ্চ ৰক্তচাপৰ সমস্যা থকা লোকে খালী পেটত চাহ খাব নালাগে।

উচ্চ ৰক্তচাপ

পুৱাৰ এইকেইটা অভ্যাসে জীৱনত সফল হোৱাত সহায় কৰে

চাবলৈ ক্লিক কৰক