পুৱা খালী পেটত চাহ খালে হ’ব পাৰে এনে সমস্যা

05 Jan 2026

TV9 ASSAM

বহুলোকে পুৱা একাপ চাহ নোখোৱাকৈ থাকিব নোৱাৰে। পুৱাৰ এই চাহকাপ যেন নহ’লেই নহয়। কিন্তু ইয়াৰ পাৰ্শ্বক্ৰিয়াৰ বিষয়ে জানেনে।

খালী পেটত চাহ

বহুলোকে আৰাম লাভৰ বাবে চাহ খায়, কিন্তু খালী পেটত চাহ খালে ওলোটাই তীব্ৰ মূৰৰ বিষ হ’ব পাৰে।

মূৰৰ বিষ

খালী পেটত চাহ খালে গেষ্ট্ৰিক এচিড বৃদ্ধি পায়, যাৰ ফলত গেছ আৰু বদহজমৰ সমস্যাই দেখা দিয়ে।

বদহজম

চাহত থকা কেফেইনে আহাৰৰ পৰা আইৰণ বা পুষ্টি শোষণ কৰাত বাধা দিয়ে, যাৰ ফলত শৰীৰ দুৰ্বল হ’ব পাৰে।

পুষ্টিৰ অভাৱ

চাহত থকা এচিডে দাঁতৰ এনামেল নষ্ট কৰে আৰু দাঁতত হালধীয়া দাগৰ সৃষ্টি কৰিব পাৰে।

দাঁতৰ ক্ষতি

চাহত থকা উপাদানে শৰীৰৰ পানী শুকুৱাই পেলায়, যাৰ ফলত কোষ্ঠকাঠিন্য সমস্যা হ’ব পাৰে।

ডিহাইড্ৰেচন

পঢ়িবলৈ ক্লিক কৰক 

এই ৫ বিধ মছলাই সকাহ দিব পাৰে ডায়েবেটিছত!