পুৱা কেনেধৰণৰ বদ-অভ্যাসে ওজন বৃদ্ধি কৰে ?

20 May 2025

TV9 ASSAM

Photo Credit : Getty Images

বেয়া জীৱনশৈলী আৰু অস্বাস্থ্যকৰ খাদ্যৰ বাবে বহু লোক ওজন বৃদ্ধি বা মেদবহুলতাৰ সমস্যাত ভোগা দেখা যায়।

বেয়া জীৱনশৈলী 

আজিকালি বহুতৰে মাজত দেৰিকে শুৱা আৰু দেৰিকে উঠা অভ্যাস দেখা যায়। ওজন বৃদ্ধিৰ ই এক অন্যতম কাৰণ।

দেৰিলৈ শুৱা

পুৱা পানী নাখালে শৰীৰ ডিহাইড্ৰেট হৈ থাকে, পাচন প্ৰক্ৰিয়াত প্ৰভাৱ পৰে আৰু শৰীৰৰ পৰা কম পৰিমাণৰ কেলৰী নষ্ট হয়। ইয়াৰ ফলত ওজন বৃদ্ধি হয়।

পানী

পুৱা বেছি নিমখ বা ফেট থকা খাদ্য খাব নালাগে। প্ৰটিন থকা খাদ্য খাব লাগে। পুৱাৰ অস্বাস্থ্যকৰ খাদ্যই শৰীৰৰ ওজন বৃদ্ধি কৰে।

খাদ্য

কিছুমান মানুহে পুৱাৰ চাহত অধিক চেনি দি খায়। কফি বা চাহত অত্যাধিক চেনি দি খালে শৰীৰত বেয়া প্ৰভাৱ পৰে আৰু ওজন বৃদ্ধি হয়।

চাহত অধিক চেনি

বহু মানুহে পুৱা উঠি ব্যায়াম নকৰে। ই এক বেয়া অভ্যাস। পুৱা উঠি ব্যায়াম বা বিশেষকৈ খোজ কঢ়া অভ্যাস গঢ়ি দিব পাৰে ।

ব্যায়াম

ভুল খাদ্যাভ্যাস আৰু জীৱনশৈলীয়ে শুক্ৰাণুৰ সংখ্যা আৰু গুণগত মান হ্ৰাস কৰিব পাৰে।

গুৰুত্ব দিয়ক

পঢ়িবলৈ ক্লিক কৰক

কি ভিটামিনৰ অভাৱত চুলি সৰে ?