কি ভিটামিনৰ অভাৱত চুলি সৰে ?

19 May 2025

TV9 ASSAM

Credits: Getty Images

আজিকালি চুলি সৰা সমস্যা দ্ৰুতগতিত বাঢ়িছে। পৰিৱৰ্তিত জীৱনশৈলী, মানসিক চাপ আৰু বেয়া খাদ্যাভ্যাসৰ বাবে এই সমস্যা বৃদ্ধি পাইছে ।

বেয়া খাদ্যাভ্যাস

কিছু ৰোগ আৰু পুষ্টিৰ অভাৱৰ বাবেও এনে হ’ব পাৰে। বিশেষজ্ঞসকলে কয় যে পুষ্টিৰ অভাৱো চুলি সৰাৰ কাৰণ হ’ব পাৰে ।

পুষ্টিৰ অভাৱ

যদি এই সমস্যাটো পুষ্টিৰ অভাৱৰ বাবে হয় তেন্তে ইয়াক পৰিপূৰক খাদ্যৰ জৰিয়তে সমাধান কৰিব পাৰি। নহ'লে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক ।

পৰিপূৰক খাদ্য

যদি আমাৰ শৰীৰত কিছুমান ভিটামিনৰ অভাৱ হয়, তেতিয়া চুলি অকালতে সৰিবলৈ আৰম্ভ কৰে।

ভিটামিনৰ অভাৱ

বিশেষজ্ঞৰ মতে, চুলি সৰাৰ আঁৰৰ কাৰণ হ’ব পাৰে ভিটামিন ডি, ভিটামিন বি ৭, ভিটামিন ই, জিংক আৰু আইৰণৰ অভাৱ।

আঁৰৰ কাৰণ

ভিটামিন চুলিৰ স্বাস্থ্যৰ বাবে প্ৰয়োজনীয়। শৰীৰত ইহঁতৰ অভাৱৰ ফলত চুলি সৰিবলৈ আৰম্ভ কৰে ।

 চুলিৰ প্ৰয়োজনীয়

এই সমস্য়া সমাধানৰ বাবে শৰীৰত থকা পুষ্টিকৰ অভাৱ চিনাক্ত কৰি চিকিৎসকৰ পৰামৰ্শ মতে উপযুক্ত খাদ্য আৰু পৰিপূৰক গ্ৰহণ কৰক ।

চিকিৎসকৰ পৰামৰ্শ 

পঢ়িবলৈ ক্লিক কৰক

ভিটামিন ডি সমৃদ্ধ ৩ বিধ খাদ্য