চজিনা পাতৰ এনে স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানেনে আপুনি?

28 Aug 2025

TV9 ASSAM

চজিনাৰ বহু স্বাস্থ্য উপকাৰী গুণ আছে। ইয়াত ভিটামিন এ, চি, ই, কেলচিয়াম, আইৰণ আৰু প্ৰটিন আদি পুষ্টিকৰ উপাদান থাকে।

চজিনা

চজিনাই দেহৰ দুৰ্বল হাড়ক মজবুত কৰি তোলাৰ লগতে বিষৰ পৰাও সকাহ দিয়ে।

হাড় মজবুত

চজিনাত এণ্টিঅক্সিডেণ্ট উপলব্ধ। ইয়াৰ ফলত চজিনা খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায়ক হয়।

ৰোগ প্ৰতিৰোধ ক্ষমতা

চজিনাৰ পাতো দেহৰ বাবে অতি উপকাৰী। চজিনা পাত হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে অতি উত্তম বুলি গণ্য কৰা হয়।

চজিনা পাত

চজিনা পাতে হজম শক্তি উন্নত কৰে। লগতে ই বহু ৰোগো নিৰাময় কৰিব পাৰে। চজিনা পাতে দেহৰ গাঁঠি ফুলি উঠা সমস্যাত সকাহ দিয়ে।

আন কিছু গুণ

এই তথ্য সাধাৰণ কিছুমান স্বাস্থ্য সংক্ৰান্তীয় দিশৰ পৰা সংগ্ৰহ কৰা হৈছে। সঠিক তথ্যৰ বাবে বিশেষজ্ঞৰ পৰামৰ্শ লোৱা উচিত।

বিশেষ দ্ৰষ্টব্য

পঢ়িবলৈ ক্লিক কৰক 

এইবিধ সামগ্ৰীয়ে দূৰ কৰিব টোপনিৰ সমস্যা