এই ৫টা ভুলে মানুহক কৰে দৰিদ্ৰ!

16 Jan 2026

TV9 ASSAM

হিন্দু ধৰ্মত বাস্তু শাস্ত্ৰ বিশেষ গুৰুত্ব আছে। বাস্তুত বিভিন্ন দিশৰ কথা উল্লেখ আছে। কি কৰিলে মানুহৰ উন্নতি হয়, কি কৰিলে সমস্যা আছে সকলো উল্লেখ আছে।

বাস্তু

বাস্তু মতে, ৫টা ভুল আছে যি কৰিলে মানুহৰ হাতত টকা নাথাকে। এনে কৰিলে সদায় মানুহে দৰিদ্ৰ হৈ থাকে। গতিকে এই ভুল মানুহে ত্যাগ কৰিব পাৰে।

৫টা ভুল

বাস্তু শাস্ত্ৰ মতে, ঘৰত কেতিয়াও পানীৰ অপব্যৱহাৰ কৰিব নালাগে। যি ঘৰত প্ৰয়োজন নোহোৱাকৈ পানীৰ অপব্যৱহাৰ কৰা হয় তেনে ঘৰৰ সমস্যা আহে। সদায় দৰিদ্ৰতা থাকে।

পানী

বাস্তু মতে, বহু লোকে নিজৰ ঘৰত ভঙা বাচন বৰ্তম ৰাখে। কিন্তু এয়া বেয়া। ভঙা বাচন ব্যৱহাৰ কৰাতো অশুভ। এনে কৰিলে জীৱনত বহু সমস্যা আহিব পাৰে।

ভঙা বাচন

বাস্তু মতে, যদি বেয়া পথেৰে আয় কৰা ধন ঘৰত ৰখা হয় তেনে ঘৰৰ কেতিয়াও উন্নতি নহয়। ই দৰিদ্ৰতাৰ কাৰণ হ'ব পাৰে। ইয়াৰোপৰি মানুহৰ মাজত অশান্তি হ'ব পাৰে।

ধন

 যি ঘৰত পূজা-প্ৰাৰ্থনা বা ভগৱানক পূজা কৰা নহয় তেনে ঘৰত সদায় সমস্যা থাকে। ধনৰ সমস্যাও হোৱা দেখা যায়। গতিকে সদায় ভগৱানক পূজা কৰিব লাগে।

পূজা

যি ঘৰত কাজিয়া লাগি থাকে সেই ঘৰত মা লক্ষ্মীয়ে বাস নকৰে। তেনে ঘৰত সদায় সমস্যা হৈ থাকে। আৰু দৰিদ্ৰতাৰ আগমন হ'ব পাৰে।

কাজিয়া

পঢ়িবলৈ ক্লিক কৰক 

জিৰা পানী