বুমৰাহ-শ্বামীৰ ভিতৰত কোন শ্ৰেষ্ঠ ?

10 Dec 2024

TV9 ASSAM

ভাৰতীয় ক্ৰিকেট জগতত এতিয়াও উত্তৰ নোপোৱা এটা প্ৰশ্ন হ’ল যশপ্ৰীত বুমৰাহ আৰু মহম্মদ শ্বামীৰ মাজত কোন শ্ৰেষ্ঠ?

কোন শ্ৰেষ্ঠ?

শেহতীয়াকৈ এই প্ৰশ্নৰ এক তুলনামূলক উত্তৰ প্ৰকাশ কৰিছে ৱেষ্ট ইণ্ডিজৰ মহান বেষ্ট বলাৰ এণ্ডি ৰবাৰ্টছে ।

তুলনামূলক উত্তৰ

৭০ আৰু ৮০ৰ দশকত ৱেষ্ট ইণ্ডিজৰ পেচাৰ এণ্ডি ৰবাৰ্টছে শ্বামীক ভাৰতৰ শ্ৰেষ্ঠ বলাৰ বুলি অভিহিত কৰিছে। তেওঁ কয় যে, বুমৰাহে উইকেট লয় কিন্তু শ্বামী শ্ৰেষ্ঠ।

এণ্ডি ৰবাৰ্টছৰ মন্তব্য

মিড ডে’ৰ সৈতে হোৱাৰ বাৰ্তালাপৰ সময়ত এণ্ডি ৰবাৰ্টছে কয় যে, শ্বামীয়ে বুমৰাহৰ দৰে উইকেট নলয়, তথাপিও শ্বামী সম্পূৰ্ণ পেকেজ।

শ্বামী সম্পূৰ্ণ পেকেজ

 বল চিমিং আৰু ছুইং দুয়োটাতে সক্ষম। ইয়াৰ বাহিৰেও তেওঁৰ বলিঙত বুমৰাহৰ দৰে নিয়ন্ত্ৰণ আছে। এইদৰে কয় এণ্ডি ৰবাৰ্টছে ।

বুমৰাহৰ দৰে নিয়ন্ত্ৰণ

বৰ্ডাৰ গাভাস্কাৰ ট্ৰফী টেষ্ট শৃংখলাৰ বাকী থকা মেচসমূহত টিম ইণ্ডিয়াই শ্বামীৰ সৈতে খেলাটো বিচাৰে এণ্ডি ৰবাৰ্টছে ।

বৰ্ডাৰ গাভাস্কাৰ ট্ৰফী

উল্লেখ্য যে, বৰ্তমান শ্বামী এনচিএৰ পৰা গ্ৰীণ চিগনেল পোৱাৰ বাবে অপেক্ষা কৰি আছে, তাৰ পিছতহে শ্বামীয়ে অষ্ট্ৰেলিয়ালৈ যাব পাৰিব।

শ্বামীৰ অষ্ট্ৰেলিয়া ভ্ৰমণ

পঢ়িবলৈ ক্লিক কৰক

কোন সকল লোকে খাব নালাগে কফি ?