কোনে কফি খাব নালাগে, কি কয় বিশেষজ্ঞই

10 December, 2024 

TV9 ASSAM

বহু মানুহৰ কফি প্ৰিয়। ঠাণ্ডা হওক বা গৰম, একাংশই সকলো সময়তে কফি খোৱা পচন্দ কৰে। কিছুমানৰ একাপ কফি খোৱাৰ পাছতহে দিনৰ আৰম্ভণি হয়।

প্ৰিয়

বহু মানুহৰ মনত প্ৰশ্ন থাকে যে কফি ভাল নে বেয়া?  কোনসকললোকে কফি খাব নালাগে? আহক জানো কি কয় বিশেষজ্ঞই-

কোনে খাব নালাগে

শ্ৰী বালাজী একছন মেডিকেল ইনষ্টিটিউটৰ ইন্টাৰনেল মেডিচিন বিশেষজ্ঞ ডাঃ অংকিত বঞ্চলে কয় যে, বেছিকৈ কফি খোৱা লোকসকলে বহু সমস্যাৰ সন্মুখীন হয় আৰু ইয়ে বেয়া প্ৰভাৱ পেলায়।

বিশেষজ্ঞই কি কয়

যিসকলৰ অনিদ্ৰা, মানসিক চাপ, উচ্চ ৰক্ত চাপ, হৃদয় বা পেটৰ সমস্যা আছে সেইসকলে কফি খাব নালাগে। হতাশাত ভুগি থকা সকলেও খাব নালাগে।

খাব নালাগে

বিশেষজ্ঞৰ মতে গৰ্ভৱতী আৰু স্তনপান কৰোৱা মহিলাসকলে কফি বেছি খাব নালাগে। কিয়নো অত্যাধিক কফি খোৱাৰ প্ৰভাৱ শিশুৰ ওপৰত পৰে।

গৰ্ভৱতী

কেফেন বেছি খোৱা বেয়া। যাৰ কেফেনৰ পৰা সমস্যা আছে সেইসকলে কফি খাব নালাগে। ইয়াৰ ফলত ডিপ্ৰেশ্যনৰ সমস্যা আহিব পাৰে।

কফি

যদি আপোনাৰ স্বাস্থ্যজনিত সমস্যা আছে তেন্তে কফি বেছি নাখাব। যিসকলৰ স্বাস্থ্যজনিত সমস্যা নাই সেইসকলে প্ৰতিদিনে ১ বা ২ কাপ কফি খাব পাৰে।

কিমান কাপ খাব

পঢ়িবলৈ ক্লিক কৰক

শেষ হ'ব নালাগে এই বস্তু