অসমত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

16 April 2024

আজি দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

মোদীৰ ৰণশিঙা

কাইলৈ নলবাৰীত প্ৰধানমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ সভা

প্ৰথম পৰ্যায়ৰ নিৰ্বাচন

১৯ এপ্ৰিলত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন। আজি দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্ৰচাৰ সভা

বৰঝাৰ বিমান বন্দৰত অৱতৰণ প্ৰধানমন্ত্ৰীৰ বিশেষ বিমান

বিমান বন্দৰ

বিমান বন্দৰত প্ৰধানমন্ত্ৰীক আদৰণি জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যপালে।

মুখ্য়মন্ত্ৰী

হাজাৰ হাজাৰ জনতাই কৈছে ‘আকৌ এবাৰ মোদী চৰকাৰ’

মোদী প্ৰেম

গুৱাহাটীৰ GS ৰোডত প্ৰধানমন্ত্ৰীৰ বিশাল ৰোড শ্ব’।

সম্ভাষণ

এয়া ২৭সংখ্যক বাৰৰ বাবে অসমভূমিত উপস্থিত প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী।

মোদীময়

চাবলৈ ক্লিক কৰক

মুখ্যমন্ত্ৰীৰ মাৰাথান প্ৰচাৰ