বাৰে বাৰে আইনা ভঙা শুভ নে অশুভ? জানক...

29 Sept 2025

TV9 ASSAM

কাচ ভাঙি যোৱা সাধাৰণ কথা। কিন্তু বাস্তু শাস্ত্ৰ মতে ই সাধাৰণ নহয়। ই শুভ আৰু অশুভ দুয়োটা সংকেত হ'ব পাৰে। যদি ঘৰত বাৰ বাৰে কাচ ভাঙি থাকে তেন্তে ই অশুভ ঘটনাৰ সংকেত দিয়ে।

কাচ

বহু সময়ত ঘৰত কাচ ভাঙিলে ই আহিবলগীয়া সংকটৰ ইংগিত হ'ব পাৰে। ইয়াৰোপৰি ঘৰত নকৰাত্মক শক্তি প্ৰৱেশ কৰিলেও বাৰে বাৰে কাচ ভাঙে বুল মান্যতা আছে।

সংকেত

যদি কোনো শুভ কামৰ সময়ত কাচ ভাঙে তেন্তে ই সংকেত হ'ব পাৰে। শীঘ্ৰেই কিবা বেয়া বা অঘটন হোৱাৰ ই ইংগিত হ'ব পাৰে। ই আহিবলগীয়া সমস্যাত বুজায়।

কি হয়

বাস্তু শাস্ত্ৰ অনুসৰি, যদি ঘৰত ৰখা কাচ বা আইনা হঠাতে ভাঙি যায় তেন্তে ইয়াৰ অৰ্থ এয়াই যে আপোনাৰ জীৱনত কিবা বিপৰ্যয় আহিবলগীয়া আছিল যি দূৰ হৈছে।

শুভ সংকেত

কাচ বা আইনা ভঙা আপুনি ৰক্ষা পৰাৰ এক ইংগিত হ'ব পাৰে। ইয়াৰ অৰ্থ এয়াই যে আপুনি সম্পূৰ্ণ সুৰক্ষিত।

আৰু কি

ভাঙি যোৱা আইনা ঘৰত ৰখা অত্যন্ত বেয়া।  যাৰ বাবে ভাঙি যোৱা আইনা বা ভঙা বাচন-বৰ্তন কেতিয়াও ব্যৱহাৰ কৰিব নালাগে আৰু ঘৰত ৰাখিব নালাগে।

অশুভ কি

ভাঙি যোৱা আইনাই ঘৰৰ ইতিবাচক শক্তি নষ্ট কৰে আৰু নেতিবাচক শক্তিক আমন্ত্ৰণ জনায়। ঘৰত ভঙা আইনা ৰাখিলে অশান্তি, মানসিক সমস্যা, দুৰ্ভাগ্য, কাজিয়া আদি হ'ব পাৰে।

অশুভ

পঢ়িবলৈ  ক্লিক কৰক 

প্ৰেমানন্দ মহাৰাজ