TV9 ASSAM
জ্যোতিষ শাস্ত্ৰ অনুসৰি, মাংগলিক দোষ বা মংগল গ্ৰহৰ দোষ। ইয়াৰ ফলত ব্যক্তিৰ বিবাহত সমস্যা আহে বুলি কয়। মাংগলিক দোষ থকা ব্যক্তিৰ বৈবাহিক জীৱন সমস্যাৰে ভৰপুৰ হয় বুলি কয়।
তথ্য অনুসৰি দিগ্বজ লতা মংগেশকাৰ মাংগলিক আছিল। কোৱা হয়, মাংগলিক দোশৰ বাবে তেওঁৰ জীৱনত বিয়াৰ যোগ নাহিল। যাৰ বাবে সম্ভৱত কেতিয়াও বিয়া পতা নাছিল।
অভিনেত্ৰী ৰেখাৰো আছে মাংগলিক দোষ। অৱশ্যে এয়া স্পষ্ট নহয়। বিভিন্ন ৰিপোৰ্টত প্ৰকাশ পাইছে যে মাংগলিক দোষৰ বাবে ৰেখাই কেতিয়াও বিয়া নাপাতিলে।
খবৰ অনুসৰি, অভিনেত্ৰী ঐশ্বৰ্য ৰায় মাংগলিক। কোৱা হয়, বিয়াৰ পূৰ্বে ইয়াৰ বাবে অভিষেক বচ্চনে বিশেষ পূজাৰ আয়োজন কৰিছিল। সম্ভৱতঃ ইয়াৰ বাবে তেওঁলোকৰ বিয়াত সমস্যা হৈ থাকে।
তথ্য অনুসৰি অভিনেত্ৰী কৰীণা কাপুৰ আৰু কেটৰিনা কাইফৰো মাংগলিক দোষ আছে। অৱশ্যে দুয়োৰে বিবাহ সম্পৰ্কে এতিয়ালৈকে কোনো নেতিবাচক খবৰ পোহৰলৈ অহা নাই।
তথ্য অনুসৰি ক্ৰিকেটাৰ বিৰাট কোহলি আৰু অভিনেত্ৰী অনুষ্কা শৰ্মাৰো মাংগলিক দোষ আছে। অৱশ্যে দুয়োকে বৰ্তমান সুখী জীৱনৰ অধিকাৰী বুলি ক'ব পাৰি।
এই লেখাটো ধৰ্মীয় মান্যতা আৰু বিশ্বাসৰ ওপৰত ভিত্তি কৰি লিখা হৈছে। ইয়াৰ সত্যাসত্য টিভি৯ অসম-য়ে বিচাৰ নকৰে।
পঢ়িবলৈ ক্লিক কৰক