ইউৰিক এচিডত আক্ৰান্ত যদি এতিয়াই ত্যাগ কৰক এনে খাদ্য

29 July 2025

TV9 ASSAM

পিউৰিন নামৰ এক ভাঙি দেহত ইউৰিচিড গঠন হয়। তেজত এই পদাৰ্থৰ পৰিমাণ বৃদ্ধি হ’লে নানা সমস্যাৰ সৃষ্টি হ’ব পাৰে। ইয়াৰ ফলত গাউট, গাঁঠিৰ বিষ আনকি বৃক্কৰ সমস্যাও হয়।

ইউৰিক এচিড

এই সমস্যা নিয়ন্ত্ৰণ কৰিবলৈ ঔষধৰ সমান্তৰালকৈ আমি খাদ্যৰো যতন ল’ব লাগে। কিছুমান খাদ্য পৰাপক্ষত সম্পূৰ্ণৰূপে পৰিহাৰ কৰিব লাগে।

খাদ্য নিয়ন্ত্ৰণ

ৰেট মিটত প্ৰচুৰ পৰিমাণে পিউৰিন থাকে। গতিকে ৰেট মিট খালে বহু পৰিমাণে ইউৰিক এচিড উৎপন্ন হোৱাৰ সম্ভাৱনা থাকে।

ৰেড মিট

সাগৰীয় মাছতো পিউৰিনৰ পৰিমাণ অত্যন্ত বেছি, যাৰ ফলত ইউৰিক এচিড বৃদ্ধি পায়। বিশেষকৈ গাউট ৰোগীৰ বাবে সাগৰীয় মাছ অধিক ক্ষতিকাৰক।

সাগৰীয় মাছ

এলকহল বিশেষকৈ বিয়েৰত প্ৰচুৰ পৰিমাণে পিউৰিন আৰু চেনি থাকে, যি ইউৰিক এচিড উৎপাদনত সহায় কৰে। ইয়াৰ উপৰিও বৃক্কৰ ইউৰিক এচিড ফিল্টাৰ কৰাৰ ক্ষমতাও হ্ৰাস কৰে।

এলকহল

কৃত্ৰিম চেনি বা ফ্ৰুক্ট’জযুক্ত পানীয়ই ইউৰিক এচিডৰ উৎপাদন বৃদ্ধি কৰে আৰু ওজন বৃদ্ধি কৰে, যাৰ ফলত গাউটৰ সম্ভাৱনা আৰু অধিক বৃদ্ধি পায়।

এনে পানীয়

কিছুমান দাইল তথা বিশেষকৈ মাহজাতীয় শস্যত পিউৰিন যথেষ্ট পৰিমাণে থাকে। কম পৰিমাণে দাইল খাব পাৰি যদিও নিয়মিতভাৱে খোৱা উচিত নহয়।

মাহজাতীয় শস্য

ফাষ্ট ফুড, নুডলছ, পেকেজড ফুডত অধিক মাত্ৰাত প্ৰিজাৰ্ভেটিভ, ট্ৰেন্স ফেট আৰু চেনি থাকে, যি শৰীৰৰ এচিডৰ ভাৰসাম্য বিঘ্নিত কৰে আৰু ইউৰিক এচিড নিয়ন্ত্ৰণত বাধা দিয়ে।

প্ৰচেছড ফুড

পঢ়িবলৈ ক্লিক কৰক 

সঘনাই জ্বৰ হোৱাটো কিহৰ লক্ষণ