৩ বছৰ বয়সৰ পৰাই নাচিবলৈ আৰম্ভ কৰিছিল মাধুৰী

16 May2024

 TV9 Assam

বলীউডৰ এই গৰাকী মোহময়ী অভিনেত্ৰীয়ে অভিনয়েৰে সকলোৰে হৃদয়ত স্থান পাইছে

মাধুৰী দীক্ষিত

স্কুলত পঢ়ি থকাৰ সময়তে চাকৰিৰ সুযোগ পাইছিল।

মাধুৰীৰ অভিনয় যাত্ৰা

১৯৬৭ চনৰ ১৫ মে'ত মাধুৰী দীক্ষিতৰ এটা মাৰাঠী পৰিয়ালত জন্ম হয়। মাধুৰী দীক্ষিতে আঠ বছৰ বয়সত কথকৰ শিক্ষা গ্ৰহণ কৰে।

অভিনয় যাত্ৰা

পৰৱৰ্তী সময়ত তেখেতে এগৰাকী বৃত্তিগতভাৱে প্ৰশিক্ষণপ্ৰাপ্ত কথক নৃত্যশিল্পী হিচাপে পৰিগণিত হয়

অভিনয় যাত্ৰা

বলিউদৰ প্ৰায় সত্তৰখনতকৈও অধিক ছবিত তেখেতে অভিনয় কৰিছে।

অভিনয় যাত্ৰা

 অভিনয়ৰ জগতত প্ৰদৰ্শন কৰা অসামান্য প্ৰতিভা আৰু কীৰ্তিৰ বাবে মাধুৰী দীক্ষিতে ছটা ফিল্মফেয়াৰ বঁটা লাভ কৰিছে।

অভিনয় যাত্ৰা

১৯৯০ৰ দশকত আৰু একবিংশ শতিকাৰ প্ৰাৰম্ভণিৰ সময়ত মাধুৰী দীক্ষিত আছিল ভাৰতৰ সৰ্বাধিক উপাৰ্জনকাৰী অভিনেত্ৰী।

অভিনয়

বিখ্যাত ফৰ্বছ-ইণ্ডিয়া আলোচনীয়ে শীৰ্ষৰ এশজন চেলেব্ৰেটিৰ তালিকাত মাধুৰী দীক্ষিতক এতিয়ালৈকে সাতবাৰ স্থান দিছে।

জনপ্ৰিয়তা

চবলৈ ক্লিক কৰক

Cannes লৈ ৰাওনা কিয়াৰা আদৱানী