ধন প্ৰাপ্তিৰ পূৰ্বে দেখা দিয়া সংকেত...

7 Dec 2025

TV9 ASSAM

ইশ্বৰে আমাক বহুতো শুভ সংকেত দিয়ে। মান্যতা অনুসৰি, যেতিয়া ভাল দিন আহে বা বেয়া দিন আহে তাৰ পূৰ্বে ভগৱানে কিছুমান সংকেত প্ৰদান কৰে।

ভগৱান

মা লক্ষ্মীক ধনৰ দেৱী বুলি কোৱা হয়। মান্যতা অনুসৰি যেতিয়া কোনো ব্যক্তিয়ে ধন লাভ কৰে তাৰ পূৰ্বে মা লক্ষ্মীয়ে কিছুমান সংকেত দিয়ে।

ধন

ফেঁচা মা লক্ষ্মীৰ বাহন বুলি কোৱা হয়। গতিকে ফেঁচা দেখা ভাল। ইয়াৰ অৰ্থ ধন লাভ হোৱাৰ সম্ভাৱনা আছে। যদি সূৰ্যাস্তৰ পাছত সূৰ্য দেখা পাই তেন্তে ই বেছি শুভ।

ফেঁচা

যদি ঘৰত হঠাতে ক'লা পৰুৱা দেখা পাই তেন্তে এয়া শুভ। হঠাতে ক'লা পৰুৱাৰ শাৰী দেখাৰ অৰ্থ এয়াই যে, হাতলৈ ধন আহিব পাৰে। আৰ্থিক উন্নতিৰ সম্ভাৱনা।

ক'লা পৰুৱা

স্বপ্ন শাস্ত্ৰ মত, সপোনত পদুম ফুল দেখা শুভ। ই ভাগ্য সলনি হোৱাৰ সংকেত। পদুম ফুল লক্ষ্মীক আগবঢ়োৱা হয়। কোৱা হয়, সপোনত পদুম ফুল দেখাৰ অৰ্থ এয়াই য়ে হাতলৈ ধন আহিব পাৰে।

সপোন

শংখক মা লক্ষ্মীৰ ভাতৃ গণ্য কৰা হয়। যদি পুৱা শুই উঠিয়ে শংখৰ শব্দ শুনা পাই তেন্তে ই শুভ। ইয়াৰ অৰ্থ এয়াই যে আপোনাৰ হাতলৈ ধন আহিব পাৰে।

শংখ

ঝাড়ু মা লক্ষ্মীৰ ৰূপ বুলি গণ্য কৰা হয়। যদি পুৱা কৰবালৈ যোৱাৰ সময়ত কোনোবাই ঝাড়ু লগাই থকা দেখা পাই তেন্তে ই শুভ। এনেকৈ দেখাতো ধন লাভৰ সংকেত বুলি কয়।

ঝাড়ু

পঢ়বলৈ ক্লিক কৰক 

মুখ্য দুৱাৰত এই বস্তু নাৰাখিব