নিম্ন ৰক্তচাপৰ লক্ষণসমূহ কি কি, জানক...

10 Dec 2025

TV9 ASSAM

আজিকালি বহুতে ব্লাড প্ৰেচাৰৰ সমস্যাত ভোগে। কিছুমানে উচ্চ ৰক্তচাপ আৰু কিছুমানে  নিম্ন ৰক্তচাপৰ সমস্যাত ভোগে। দুয়োটা সমস্যাৰে লক্ষণ বেলেগ বেলেগ।

ব্লাড প্ৰেচাৰ

যদি কোনো ব্যক্তিৰ 120/80 mmHg থাকে তেন্তে এয়া সামান্য ৰক্তচাপ বুলি ধৰা হয়। কিন্তু যেতিয়া ইয়াতকৈও কম হয় তেতিয়া লো ব্লাড প্ৰেচাৰ বা নিম্ন ৰক্তচাপ বুলি কয়। এই সমস্যা হ'লে বিভিন্ন লক্ষণে দেখা দিয়ে।

নিম্ন ৰক্তচাপ

নিম্ন ৰক্তচাপত ৰোগীয়ে কোনো কাৰণ নোহোৱাকৈ অনবৰত দুৰ্বল আৰু ভাগৰুৱা অনুভৱ কৰে। কেতিয়াবা হঠাতে বহাৰ সময়ত, উঠাৰ সময়ত মূৰ ঘূৰোৱাৰ দৰে সমস্যা হোৱা দেখা যায়।

ভাগৰ, দুৰ্বল

নিম্ন ৰক্তচাপ হ'লে ৰোগীৰ বমি হ'ব পাৰে। ইয়াৰোপৰি পেটত গেছ হ'ব পাৰে। দীৰ্ঘদিন এনে হলে ব্লাড প্ৰেচাৰ পৰীক্ষা কৰিব লাগে।

পেটৰ সমস্যা

নিম্ন ৰক্তচাপৰ প্ৰভাৱ চকুত পৰাও দেখা যায়। এনে অৱস্থাত ৰোগীয়ে বস্তু ভালদৰে দেখা নাপায়। ম্লানৰ দৰে দেখা পাই সকলো।

দৃষ্টিশক্তি

ঠাণ্ডা ছাল, ঘাম অনুভৱ, অজ্ঞান হোৱা, হৃদস্পন্দন অস্বাভাৱিক, মনোযোগত অসুবিধা, উশাহত অসুবিধা আদি সমস্যাৰ সৃষ্টি হ'ব পাৰে। দীৰ্ঘদিন এনে হ'লে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰক।

আৰু কি কি

নিম্ন ৰক্তচাপ হ'লে পৰ্যাপ্ত পৰিমাণৰ পানী খাওক।  বেছি বহি বা থিয় হৈ কাম নকৰিব। খাদ্যত নিমখ বঢ়াই দিয়ক। পানীত চেনি-নিমখ মিহলাই খাব পাৰে। অধিক জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ লোৱা দৰকাৰ।

কি কৰিব

পঢ়িবলৈ ক্লিক কৰক 

চাণক্য নীতি