কি কি কাৰণত ভোক কমিব পাৰে ?

December 15, 2025

TV9 ASSAM

আপোনাৰ যদি ভোক কমি গৈছে,তেন্তে ইয়াক সাধাৰণভাৱে ল'ব নালাগে। বহু স্বাস্থ্যজনিত কাৰণত ভোক কমি যাব পাৰে।

স্বাস্থ্যজনিত কাৰণ

আওকাণ নকৰিব, কেনেকুৱা ধৰণৰ স্বাস্থ্যজনিত সমস্যা হ'লে ভোক কমি যাব পাৰে জানোঁ আহক।

আওকাণ নকৰিব

পেট আৰু হজম শক্তিৰ লগত জড়িত ৰোগ যেনে গেষ্ট্ৰাইটিছ, আলচাৰ বা লিভাৰৰ সমস্যাৰ ফলত আপোনাৰ ভোক কমিব পাৰে।

লিভাৰৰ সমস্যা

ডায়েবেটিছ, বৃক্কৰ ৰোগ, হৃদযন্ত্ৰৰ বিকলতা বা আনকি কিছুমান প্ৰকাৰৰ কেন্সাৰৰ প্ৰাৰম্ভিক লক্ষণ হিচাপে আপোনাৰ ভোক কমি যাব পাৰে।

বৃক্কৰ ৰোগ

মানসিক হতাশা বা উদ্বেগৰ ফলত পূৰ্বৰ তুলনাত আপোনাৰ ভোক কমি যাব পাৰে। এই অৱস্থাত ওজন হ্ৰায় পায় আৰু খাবলৈ মন নোযোৱা হয়।

মানসিক হতাশা

একেদৰে বেয়া জীৱনশৈলী, টোপনিৰ অভাৱ, মানসিক চাপ বা বতৰৰ পৰিৱৰ্তনৰ বাবে ভোক কমি যাব পাৰে।

টোপনিৰ অভাৱ

যদি এই সমস্যা ২ সপ্তাহতকৈ অধিক সময়লৈকে থাকে, তেন্তে লগে লগে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক।

চিকিৎসকৰ পৰামৰ্শ

পঢ়িবলৈ ক্লিক কৰক

শোৱা কোঠাটো কেনেকুৱা হ’ব লাগে?