পুৱা এইসমূহ পানীয় পান কৰিলে কিডনী হৈ থাকিব সুস্থ

10 Jan 2026

TV9 ASSAM

এক সুস্থ দেহৰ বাবে কিডনী সুস্থ হৈ থকাটো অতি প্ৰয়োজনীয়। পুৱা কিছুমান পানীয় কিডনীৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী বিবেচিত হয়।

কিডনী

নেমু চৰবতে শৰীৰৰ বিষাক্ত পদাৰ্থ বাহিৰ কৰাত সহায় কৰে। ইয়াত থকা ছাইট্ৰিক এচিডে কিডনী ষ্ট’ন হোৱাত বাধা দিয়ে।

নেমু চৰবত

ই হজম শক্তি বৃদ্ধি কৰে আৰু শৰীৰৰ পৰা অতিৰিক্ত ছ’ডিয়াম বাহিৰ কৰি কিডনীৰ কাৰ্যক্ষমতা উন্নত কৰে।

জিৰা পানী

ৰাতিটো তিয়াই থোৱা মেথি পানীয়ে ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰে আৰু কিডনীৰ পৰা টক্সিন আঁতৰোৱাত সহায় কৰে।

মেথি পানী

আদাই কিডনীলৈ তেজৰ সঞ্চালন উন্নত কৰে আৰু কিডনীৰ কোষবোৰক যিকোনো ক্ষতিৰ পৰা ৰক্ষা কৰে।

আদা দিয়া চাহ

ইয়াত থকা কেটচিনে অক্সিডেটিভ ষ্ট্ৰেছ হ্ৰাস কৰে আৰু কিডনী পাথৰ গঠন হোৱাৰ সম্ভাৱনা কম কৰে।

গ্ৰীণ টি

ভিটামিন C-ৰ ভাণ্ডাৰ আমলখিয়ে কিডনীক বিষাক্ত পদাৰ্থ আৰু প্ৰদাহৰ পৰা সুৰক্ষিত কৰি ৰাখে।

আমলখিৰ ৰস

পঢ়িবলৈ ক্লিক কৰক 

দেহত হিম'গ্লবিনৰ প্ৰয়োজন পূৰ কৰে এনে খাদ্যই