29 SEP 2025
Getty images
TV9 ASSAM
বৃক্কৰ ৰোগক নিৰৱ হত্যাকাৰী বুলি গণ্য কৰা হয়। কাৰণ ইয়াৰ প্ৰাৰম্ভিক লক্ষণসমূহে সৰু সৰু স্বাস্থ্যজনিত সমস্যাৰ দৰে।
বেছিভাগ মানুহেই ইয়াক আওকাণ কৰে, ভাগৰ, মানসিক চাপ বা জীৱনশৈলীৰ কাৰক বুলি কয়। মহিলাৰ ক্ষেত্ৰত বৃক্ক বিকল হোৱাৰ প্ৰাৰম্ভিক লক্ষণসমূহৰ হ’ল...
বহু লোকে মূৰৰ বিষ পঢ়া-শুনা আৰু কামৰ মানসিক চাপৰ বাবেই হোৱা বুলি ভাবে। কিন্তু সঘনাই মূৰৰ বিষ বৃক্কৰ ৰোগৰ লক্ষণ হ’ব পাৰে।
ছালখন প্ৰায় শুকান হৈ পৰে। কিন্তু ইয়াক ছালৰ সমস্যা বুলি কেৱল মইশ্ব’ৰাইজাৰ প্ৰয়োগ কৰিলে নহ'ব।
কোনো কামত মনোনিৱেশ কৰিব নোৱাৰা হৈ পৰে। মানসিক ক্লান্তি আৰু একাগ্ৰতাৰ অভাৱৰ বাবেই এনে হয়।
অশান্তি, কেতিয়াবা বুকুৰ বিষো হোৱা দেখা যায়।
প্ৰায়ে ভৰিৰ বিষ আৰু পেশীৰ ক্ৰেম্প অনুভৱ কৰাটো বৃক্ক বিকল হোৱাৰ লক্ষণ।
চাবলৈ ক্লিক কৰক