জন্মাষ্টমীৰ পূজাৰ বহুতো নিয়ম আছে।
16 AUG 2025
TV9 ASSAM
শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ পৰ্ব অসমত ১৪ ছেপ্তেম্বৰত পালন হ'ব।
অসমত
অসমীয়া কেলেণ্ডাৰ মতে অসমত জন্মাষ্টমী পালন নকৰে।
নিয়ম
আজি বৃন্দাবনকে ধৰি ব্ৰজধামত জন্মাষ্টমী উৎসৱ আনন্দৰে পালন কৰা হৈছে।
পূজা
কৃষ্ণৰ জন্মাষ্টমীৰ পূজাত নাৰ্জী ফুল ব্যৱহাৰ কৰা হয়।
কি কি ফুল দিব
কৃষ্ণৰ জন্মাষ্টমীৰ পূজাত গোলাপ ফুলো ব্যৱহাৰ কৰা হয়।
কি কি ফুল দিব
কৃষ্ণৰ জন্মাষ্টমীৰ পূজাত শেৱালী ফুলো ব্যৱহাৰ কৰা হয়।
কি কি ফুল দিব
কৃষ্ণৰ জন্মাষ্টমীৰ পূজাত পদুম ফুলো ব্যৱহাৰ কৰা হয়। এয়া উত্তম
কি কি ফুল দিব
জন্মাষ্টমীত প্ৰেৰণ কৰক ভক্তি বাৰ্তা
লগতে পঢ়ক
Learn more