কণ্ডমৰ বিজ্ঞাপনৰ বাবে অধিক উপযুক্ত জাহ্নৱী!

27 Sep 2025

TV9 ASSAM

বলীউডৰ একালৰ মোহময়ী অভিনেত্ৰী শ্ৰীদেৱীৰ কন্যা জাহ্নৱী কাপুৰ। সম্প্ৰতি বলীউড জগতত অত্যন্ত চৰ্চিত জাহ্নৱী।

জাহ্নৱী

বলীউডত এইপৰ্যন্ত কেইবাখনো ছবিত অভিনয় কৰিছে জাহ্নৱী। সম্প্ৰতি তেওঁৰ হাতত আন বহুকেইখন ছবিৰ কাম থকা বুলিও প্ৰকাশ পাইছে।

ছবি

বক্স অফিচত এতিয়ালৈকে জাহ্নৱীয়ে বিশেষ সফলতা পোৱা নাই যদিও জনপ্ৰিয় কণ্ডম নিৰ্মাতা ৰাজীৱ জুনেজাৰ হৃদয় জয় কৰিছে।

বক্স অফিচ

শেহতীয়াকৈ এক সাক্ষাৎকাৰত ৰাজীৱক সোধা হৈছিল, কণ্ডমৰ বিজ্ঞাপনৰ বাবে আপুনি কোনগৰাকী বলীউডৰ নায়িকাক নিখুঁত পছন্দ বুলি ভাবে?

বিজ্ঞাপন

ইয়াৰ উত্তৰত ৰাজীৱে জাহ্নৱীক শ্ৰেষ্ঠ পছন্দ বুলি উল্লেখ কৰে। জাহ্নৱীৰ আবেদন আৰু সৌন্দৰ্য কণ্ডমৰ বিজ্ঞাপনৰ বাবে অত্যন্ত উপযুক্ত বুলিও তেওঁ কয়।

উত্তৰ

ৰাজীৱে লগতে নিজ কোম্পানীৰ যদি নতুন কোনো ফ্লেভাৰ লঞ্চ কৰিব বিচাৰে, তেতিয়া জাহ্নৱীকে বিজ্ঞাপনৰ বাবে বিচাৰিব বুলিও কয়।

ক’লে এইদৰে

কেৱল জাহ্নৱীয়েই নহয়, কণ্ডৱৰ বিজ্ঞাপনত নায়ক হিচাপে ৰাজীৱে ৰণবীৰ কাপুৰ আৰু কাৰ্তিক আৰিয়ানক অধিক পছন্দ কৰে।

পুৰুষ চৰিত্ৰ

পঢ়িবলৈ ক্লিক কৰক 

অধিক আলু খালে হ’ব পাৰে এনে সমস্যা