মুখত অনন্য সোৱাদ তোলা জেলেপীৰ উৎপত্তি ক’ত জানেনে?

4 Sept 2025

TV9 ASSAM

মিঠাইপ্ৰেমীসকলৰ বাবে এক অনন্য সোৱাদৰ ভাণ্ডাৰ জেলেপী। পূজাৰ সময়ত এই মিঠাইবিধৰ থাকে বিশেষ সমাদৰ।

জেলেপী

সমগ্ৰ ভাৰততে জেলেপীৰ প্ৰচলন দেখা যায়। কিন্তু এই মিঠাইবিধৰ উৎপত্তিস্থল ভাৰত নহয়, পশ্চিম এছিয়াৰ পৰা ভাৰতলৈ আহিছে মিঠাইবিধ।

উৎপত্তিস্থল

কোৱা হয় যে জেলেপী নামটো আৰবী ভাষাৰ জালেবিয়া শব্দৰ পৰা উদ্ভৱ হৈছে। এই মিঠাইবিধৰ উৎপত্তিস্থল ইৰাণত হৈছিল বুলি কোৱা হয়।

নামকৰণ

পাৰ্চী আৰু তুৰ্কী ব্যৱসায়ীয়ে জেলেপী ভাৰতলৈ আনিছিল বুলি কোৱা হয়। ইয়াৰ সোৱাদৰ বাবে ক্ৰমান্বয়ে ভাৰতত অতি জনপ্ৰিয় হৈ উঠিছিল।

ভাৰতলৈ জেলেপী

জেলেপি এতিয়া ভাৰতবৰ্ষৰ অন্যতম জনপ্ৰিয় মিঠাইত পৰিণত হৈছে, চাহপ্ৰেমীৰ বাবে একাপ গৰম চাহৰ সৈতে জেলেপী হৈ উঠে অনন্য মিশ্ৰণ।

জনপ্ৰিয়তা

এতিয়া বজাৰত খোয়া জেলেপীৰ পৰা আৰম্ভ কৰি পনীৰ জেলেপীলৈকে বহু ধৰণৰ জেলেপীৰ সোৱাদ ল’ব পাৰিব।

জেলেপীৰ প্ৰকাৰ

অৱশ্যে অত্যধিক মিঠা সোৱাদৰ বাবে জেলেপি ডায়েবেটিছৰ লগতে আন কিছুমান ৰোগৰ বাবে বিপজ্জপন হৈ উঠিব পাৰে।

সাৱধানতা

পঢ়িবলৈ ক্লিক কৰক 

খালী পেটতে লং খোৱাৰ আচৰিত উপকাৰিতা