ক'ভিড ভেকচিন সন্দৰ্ভত পূৰ্বে বহু ধৰণৰ দাবী উত্থাপন কৰা হৈছিল।
3 June 2025
TV9 ASSAM
বহুজনৰ মতে, ভেকচিন ল'লে হৃদযন্ত্ৰৰ লগত জড়িত ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়।
হৃদৰোগ
ভেকচিনৰ বাবে তেজৰ গোট গঠন হ’ব বুলিও দাবী কৰা হৈছিল।
কিমান নিৰাপদ
যাৰ বাবে হাৰ্ট এটেক আৰু ব্ৰেইন ষ্ট্ৰোকৰ দৰে বিপদ হ’ব পাৰে বুলিও দাবী কৰিছিল।
দাবী
এনে শ শ ভিডিঅ’ও ভাইৰেল হৈ পৰিছিল য’ত হঠাৎ কোনোবাই পৰি হাৰ্ট এটেক হৈ মৃত্যুবৰণ কৰা।
মিছা
কিন্তু ভেকচিনৰ পাৰ্শ্বক্ৰিয়াৰ এই দাবীসমূহ বিশ্ব স্বাস্থ্য সংস্থা আৰু আইচিএমআৰে নাকচ কৰিছিল।
ভেকচিন
এই প্ৰশ্নৰ ওপৰত ডাঃ আৰ কে গুপ্তাই কয় যে, চৰকাৰৰ পৰা এনে কোনো গাইডলাইন অহা নাই।
নিৰাপদ
ভাৰতত নিৰ্মিত সকলো ক’ভিড ভেকচিন নিৰাপদ।
নিৰাপদ
চাবলৈ ক্লিক কৰক
মুক্তিৰ তাৰিখ সলনি ৰূদ্ৰৰ
Learn more