বিশেষজ্ঞৰ পৰা জানো আহক দৈনিক ঘিউ খোৱাৰ প্ৰভাৱ

4 Sept 2025

TV9 ASSAM

ঘিউত ভাল চৰ্বি পোৱা যায়। ইয়াৰ উপৰিও ই ভিটামিন এ, ডি, ই আৰু কেৰ ভাল উৎস। ঘিউৰ এণ্টি-ইনফ্লেমেটৰী গুণে আন্ত্ৰিক স্বাস্থ্য বজাই ৰখাত সহায় কৰে।

ঘিউ

জয়পুৰৰ খাদ্য বিশেষজ্ঞ কিৰণ গুপ্তাই কয় যে দৈনিক এক চামুচ ঘিউ খোৱাটো সকলোৰে বাবে উপকাৰী নহয়। এই বিষয়ে বিতংকৈ জানো আহক।

বিশেষজ্ঞৰ মত

বিশেষজ্ঞসকলে কয় যে যিসকল লোক মেদবহুলতা, হাই কলেষ্টেৰল, ডায়েবেটিছৰ দৰে সমস্যাত ভুগি আছে, তেওঁলোকে ঘিউ সেৱন কৰিব নালাগে।

সাৱধানতা

বিশেষজ্ঞসকলে কয় যে ক্ষীণ লোকৰ বাবে ঘিউ অন্তন্ত উপকাৰী। ই ছালৰ পৰা আৰম্ভ কৰি হজম শক্তিলৈকে সকলো উন্নত কৰে।

উপকাৰিতা

ঘিউত ফেটি এচিড পোৱা যায়। ই ছালখন ভিতৰৰ পৰা উজ্জল কৰি তোলে আৰু লগতে ছালৰ এলাৰ্জীৰ পৰাও ৰক্ষা কৰে।

ছালৰ সুৰক্ষা

হজম শক্তি উন্নত কৰাৰ বাবে ঘিউ উপকাৰী। কাৰণ ইয়াত বুটাইৰিক এচিড থাকে, যি পাচন প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰে আৰু গেছ, কোষ্ঠকাঠিন্যৰ দৰে সমস্যাৰ পৰা সকাহ দিয়ে।

হজম শক্তি

যদিও ঘিউ ছাল আৰু হজম শক্তিৰ বাবে উপকাৰী, বিশেষজ্ঞসকলৰ মতে পিছে ঘিউ সীমিত পৰিমাণে সেৱন কৰিব লাগে।

দৈনিক ঘিউ

পঢ়িবলৈ ক্লিক কৰক 

ভাৰতলৈ ক'ৰপৰা আহিছিল জেলেপী, জানেনে?