বিচনাৰ সন্মুখত দাপোন থাকিলে কি হয়? 

27  May 2025

TV9 ASSAM

বাস্তু শাস্ত্ৰত বিচনাৰ সন্মুখত দাপোন লগোৱাৰ বিষয়ে বহু কথা কৈছে।

বাস্তু শাস্ত্ৰৰ নিয়ম

বহুলোকে ঘৰত বিচনাৰ সন্মুখত দাপোন ৰাখে।

সন্মুখত দাপোন

বাস্তু শাস্ত্ৰ মতে বিচনাৰ সন্মুখত দাপোন ৰখাটো অশুভ।

কি হয়?

বিচনাৰ সন্মুখত দাপোন থাকিলে দুৰ্ভাগ্যৰ কাৰণ হয়।

কাৰণ

বিচনাৰ সন্মুখত দাপোন থাকিলে নেতিবাচন শক্তিৰ প্ৰভাৱ বৃদ্ধি হয়।

কাৰণ

বিশ্বাস অনুসৰি, দাপোনৰ সন্মুখত শুলে মাসনিক অশান্তি, ভাগৰ, মূৰৰ বিষ আদি হয়।

কাৰণ

স্বামী-স্ত্ৰীৰ মাজত সম্পৰ্ক বেয়া হয় আৰু ঘৰত কাজিয়া বাঢ়ে।

কাৰণ

চাবলৈ ক্লিক কৰক 

বিপদত দিম্পু বৰুৱা