ঘৰত মধুৰি গছ থকাটো শুভ নে অশুভ? কি কয় বাস্তুশাস্ত্ৰই, চাওক

6 Sept 2025

TV9 ASSAM

আমাৰ সমাজত বহু লোকৰ ঘৰৰ বাৰীত প্ৰায়ে মধুৰিৰ গছ দেখা যায়। পিছে বাস্তু শাস্ত্ৰ মতে এয়া শুভ নে অশুভ জানেনে?

মধুৰি গছ

বাস্তু শাস্ত্ৰ মতে মধুৰি গছ শুক্ৰৰ লগত জড়িত। আৰু শুক্ৰ হৈছে সুখ, প্ৰেম আৰু জীৱনৰ সৌন্দৰ্যৰ প্ৰতীক।

বাস্তু শাস্ত্ৰ

মধুৰি গছ থকা ঘৰত শুক্ৰ তাত বাস কৰা লোকসকলৰ ওপৰত শুক্ৰ সন্তুষ্ট হয় বুলি কোৱা হয়। ফলত ঘৰলৈ সুখ আৰু শান্তি আহে।

সুখ আৰু শান্তি

মধুৰি গছ থকা ঘৰত বাস কৰা লোকসকলৰ মাজত প্ৰেম বৃদ্ধি পায়। লগতে এই গছজোপা থাকিলে ঘৰৰ চাৰিওফালে ইতিবাচক পৰিবেশ অটুট থাকে।

প্ৰেম বাঢ়ে

বাস্তু শাস্ত্ৰ মতে ঘৰৰ পূব দিশত মধুৰি গছ ৰোপণ কৰাটো শুভ। কাৰণ পূব দিশত সূৰ্য উদয় হয়। ই পোহৰ আনে আৰু নতুন শক্তিৰ সৃষ্টি কৰে।

কোন দিশত

মধুৰি গছৰ ঋণাত্মক শক্তি আঁতৰোৱাৰ ক্ষমতা থাকে। এনে অৱস্থাত ঘৰৰ চাৰিওফালে মধুৰি গছ ৰোপণ কৰিলে ঋণাত্মক শক্তি ঘৰত প্ৰৱেশ কৰিব নোৱাৰে।

ঋণাত্মক শক্তি

এই প্ৰতিবেদনত উপস্থাপন কৰা বক্তব্যসমূহ বাস্তু শাস্ত্ৰৰ ওপৰত আধাৰিত। এই ক্ষেত্ৰত TV9 Assam- এ নিজা কোনো মত প্ৰকাশ কৰা নাই।

বিশেষ দ্ৰষ্টব্য

পঢ়িবলৈ ক্লিক কৰক 

খালী পেটত কিমান পানী খোৱা উচিত জানেনে?