ভাতৰ লগত পানী খালে কি হয় ? ভাল নে বেয়া? জানক

November 7, 2025

TV9 ASSAM

খাদ্য খোৱাৰ সময়ত পানী খাব লাগে নে নালাগে? এই ক্ষেত্ৰত বহুতৰে ভুল ধাৰণা আছে। আজি জানোঁ আহক খাদ্য খোৱাৰ সময়ত পানী খালে কি হয়?

কি হয়?

খাদ্যৰ সৈতে পানী খালে ই হজম প্ৰক্ৰিয়াত সহায় কৰে,খাদ্য কোমল কৰাত সহায় কৰে আৰু পেটত খাদ্য ভঙাত সহায় কৰে।

হজম প্ৰক্ৰিয়া

কঠিন বা শুকান খাদ্যৰ সৈতে বহুতে পানী খায়। ই খাদ্য গ্ৰহণ কৰাত সহায় কৰে। ওজন হ্ৰাস কৰাৰ বাবে পানী খাব পাৰে।

খাদ্য

খাদ্যৰ সৈতে কেতিয়াও অতিৰিক্ত পানী খাব নালাগে। ই পাচন ৰস পাতল কৰিব পাৰে আৰু হজম প্ৰক্ৰিয়া লেহেমীয়া কৰিব পাৰে।

অতিৰিক্ত পানী

খাদ্যৰ সৈতে অতিৰিক্ত পানী খালে পেটৰ সমস্যা যেনে-পেট ফুলা, গেছ আদি হোৱাৰ সম্ভাৱনা থাকে।

পেট ফুলা

বিশেষজ্ঞৰ মতে, খাদ্য খোৱাৰ পাছত পানী খালে হজম শক্তি উন্নত হয়। খাদ্যৰ খোৱাৰ আধা ঘণ্টা আগত বা খাদ্যৰ লগত পানী খালেহে শৰীৰত প্ৰভাৱ পৰে।

হজম শক্তি

বিশেষজ্ঞৰ মতে, প্ৰয়োজন নহ'লে খাদ্যৰ সৈতে পানী খাব নালাগে। এই অভ্যাস যদি আছে তেন্তে পৰিহাৰ কৰক।

পানী খাব নালাগে

পঢ়িবলৈ ক্লিক কৰক

শীতকালত ডিঙিৰ বিষ আৰু ডিঙিৰ খজুৱতিৰ পৰা উপশম পোৱাৰ ঘৰুৱা উপায়