খালী পেটত গ্ৰীণ টী খালে শৰীৰত কি প্ৰভাৱ পৰে?

7 July 2025

TV9 ASSAM

Photos Credit: Getty Images

গ্ৰীণ টী স্বাস্থ্যৰ বাবে উপকাৰী। ওজন হ্ৰাস কৰাৰ লগতে সামগ্ৰিক স্বাস্থ্যৰ বাবে বহুতে প্ৰতিদিনে গ্ৰীণ টী খায়।

গ্ৰীণ টী খোৱাৰ অভ্যাস

বহুতে ৰাতিপুৱা খালী পেটত গ্ৰীণ টী খায়। ইয়াৰ ফলত আমাৰ শৰীৰত কি প্ৰভাৱ পৰে জানোঁ আহক।

শৰীৰত কি প্ৰভাৱ পৰে?

দেখা যায় যে, বহু বিশেষজ্ঞই খালী পেটত গ্ৰীণ টী খাব নালাগে বুলি পৰামৰ্শ দিয়ে। কিন্তু কিয়?

খালী পেটত খাব লাগেনে?

খালী পেটত গ্ৰীণ টী খালে এচিডিটি সমস্যা সৃষ্টি কৰিব পাৰে। লগতে হাৰ্টবাৰ্ণ, বদহজম বা বমি হোৱাৰ সম্ভাৱনা থাকে।

এচিডিটি সমস্যা

গ্ৰীণ টীত থকা কেটেচিনে খাদ্যৰ পৰা আইৰণ শোষণ কৰাৰ ক্ষমতা হ্ৰাস কৰিব পাৰে। কম হিম'গ্লবিন থকা লোকৰ বাবে বিপদজনক হ'ব পাৰে।

আইৰণ শোষণ

বিশেষজ্ঞৰ মতে, আহাৰ গ্ৰহণ কৰাৰ পাছত গ্ৰীণ টী খালে পাচন তন্ত্ৰৰ বাবে উপকাৰী। শৰীৰে প্ৰয়োজনীয় এন্টিঅক্সিডেন্ট লাভ কৰে।

কেতিয়া খাব লাগে?

আহাৰ গ্ৰহণ কৰাৰ পাছত গ্ৰীণ টী খালে খাদ্য হজমত সহায় কৰে। লগতে পেটৰ সমস্যা দূৰ কৰাৰ লগতে শৰীৰক কাৰ্যক্ষম কৰি ৰাখে।

খাদ্য হজম

পঢ়িবলৈ ক্লিক কৰক

কঁঠাল গুটিৰ আছে আচৰিত স্বাস্থ্য উপকাৰিতা