কঁঠাল গুটিৰ আছে আচৰিত স্বাস্থ্য উপকাৰিতা

6 July 2025

TV9 ASSAM

Photos Credit: Getty Images

আহাৰ-শাওণ মাহত বজাৰত উপলব্ধ হয় কঁঠাল। এই সময়ছোৱা কঁঠাল খোৱাৰ বাবে উপযুক্ত বুলি গণ্য কৰা হয়।

উপযুক্ত সময়

কঁঠালৰ লগতে ইয়াৰ গুটিও অসমীয়া পৰম্পৰাগত খাদ্যত ব্যৱহাৰ কৰা হয়। জানেনে ইয়াৰ উপকাৰিতা কিমান?

খাদ্যত ব্যৱহাৰ

কঁঠালৰ গুটি প্ৰটিনৰ অন্যতম উৎস। ই শৰীৰৰ গঠন আৰু কোষ মেৰামতিত সহায় কৰে। নিৰামিষ খোৱা সকলে কঁঠালৰ গুটি খাব পাৰে।

প্ৰটিনৰ উৎস

ই হজম শক্তি উন্নত কৰে। ইয়াত থকা আঁহে হমজ শক্তি উন্নত কৰাৰ লগতে কোষ্ঠকাঠিন্য দূৰ কৰাত সহায় কৰে।

হমজ শক্তি উন্নত

কঁঠালৰ গুটি ৰক্তহীনতা দূৰ কৰাৰ বাবে উপকাৰী। ইয়াত আইৰণ থকাৰ বাবে হিম'গ্লবিন বৃদ্ধি পোৱাৰ লগতে ই ৰক্তহীনতা প্ৰতিৰোধ কৰে।

ৰক্তহীনতা দূৰ

কঁঠালৰ গুটি চুলি আৰু ছালৰ বাবে উপকাৰী। ইয়াত থকা জিংক, আইৰণ আৰু প্ৰটিনে চুলিৰ গঠন শক্তিশালী কৰাৰ লগতে ছালৰ উজ্বলতা বৃদ্ধি কৰে।

চুলি আৰু ছাল

তদুপৰি ই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ইয়াত থকা এন্টিঅক্সিডেন্টে বিভিন্ন ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত শৰীৰক সহায় কৰে।

ৰোগ প্ৰতিৰোধ ক্ষমতা

পঢ়িবলৈ ক্লিক কৰক

হঠাতে হৃদযন্ত্ৰ বন্ধ হৈ যোৱাৰ লক্ষণ