TV9 ASSAM
অসমীয়া সমাজত ৰঙা চাহ অধিক জনপ্ৰিয়। প্ৰায় সংখ্যক লোকে ৰঙা চাহ খাই ভাল পায়।
ৰঙা চাহত অধিক পৰিমাণৰ এণ্টিঅক্সিডেণ্ট থাকে যিয়ে শৰীৰক ক্ষতিকৰক ফ্ৰী ৰেডিকেলৰ পৰা ৰক্ষা কৰে।
ৰঙা চাহত থকা এণ্টিঅক্সিডেণ্টে হৃদযন্ত্ৰৰ বিভিন্ন ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে।
ৰঙা চাহত থকা এস্পালাথেন নামৰ এণ্টিঅক্সিডেণ্টে ৰক্ত শৰ্কৰাৰ স্তৰ হ্ৰাস কৰাত সহায় কৰে।
ৰঙা চাহে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে।
শৰীৰৰ পৰা ক্ষতিকৰক পদাৰ্থ আঁতৰ কৰাৰ সমান্তৰালভাৱে ৰঙা চাহে বিভিন্ন ৰোগৰ আশংকা কমায়।
যদিও এক বা দুই কাপ ৰঙা চাহ খোৱাত ক্ষতি নাই, কিন্তু দিনত ৫-৮ কাপতকৈ বেছি খালে পেটৰ সমস্যা হ'ব পাৰে।
পঢ়িবলৈ ক্লিক কৰক