মূৰ বিষৰ পৰা তৎক্ষণাত উপশম পোৱাৰ উপায়

10 September 2025

TV9 ASSAM

অফিচত বহি কাম কৰিব নোৱাৰে,মূৰৰ বিষ। ষ্ট্ৰং কফি খোৱাৰ পিছতো মূৰৰ বিষ কমি নাযায়। গতিকে ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ বাবে কি কৰিব ?

অসহ্যকৰ

মূৰৰ বিষ আৰম্ভ হ’লে কুহুমীয়া পানী খাব লাগে।  ই মূৰৰ বিষ কমাব।

কুহুমীয়া পানী 

মানসিক চাপে মাইগ্ৰেইনৰ সূচনা কৰিব পাৰে। গতিকে দৈনন্দিন জীৱনত মানসিক চাপ কমাবলৈ চেষ্টা কৰক আৰু ধ্যান কৰক।

মানসিক চাপ কমাব

মূৰৰ বিষ কম কৰিবলৈ আপুনি এৰোমাথেৰাপিৰ সহায় ল’ব পাৰে। এই চিকিৎসাৰ বাবে পানীত কেইটোপালমান লেভেণ্ডাৰ, ইউকেলিপ্টাছ দিব। তাৰ পিছত পানীৰ গোন্ধ লওক।

এৰোমাথেৰাপি

মূৰৰ বিষৰ এটা নিশ্চিত প্ৰতিকাৰ হ’ল মালিছ। নিজেও মালিছ কৰিব পাৰে। দুয়োহাতেৰে কপালত মালিছ কৰিব পাৰে।

মালিছ

বৰফৰ টুকুৰা এটা কাপোৰেৰে মেৰিয়াই মূৰ আৰু ডিঙিত হেঁচা মাৰি ধৰিব। ইয়াৰ ফলত মূৰ বিষৰ পৰা আৰাম পাব।

বৰফৰ টুকুৰা

পঢ়িবলৈ ক্লিক কৰক

এই ৫ টা দৈনন্দিন অভ্যাসে আপোনৰ বৃক্কৰ ক্ষতি কৰে