বাস্তু মতে ঘৰৰ সন্মুখত কাউৰীয়ে চিঞৰাটো শুভ নে অশুভ?

28 June 2025

TV9 ASSAM

জীৱ-জন্তু আৰু চৰাইৰ প্ৰতি প্ৰেম থকা লোকৰো বহু সময়ত কাউৰীৰ প্ৰতি প্ৰেম দেখা পোৱা নাযায়। ভগৱান শনি কাউৰীৰ লগত ওতঃপ্ৰোতভাৱে জড়িত বুলি কোৱা হয়।

কাউৰী

বহুলোকে ভাবে যে ঘৰৰ সন্মুখত কাউৰীয়ে অবিৰতভাৱে ৰাউচি জুৰিলে সেয়া শুভ নহয়। বাস্তু শাস্ত্ৰই এই সন্দৰ্ভত কি কৈছে জানেনে?

চিঞৰ

কাউৰীক যিকোনো ঠাই পৰিষ্কাৰ কৰাৰ বাবে প্ৰকৃতিৰ উপকাৰী বুলি কোৱা হয়। কিন্তু ঘৰৰ সন্মুখত কাউৰীয়ে ৰাউচি জুৰিলে বহুলোক চিন্তিত হৈ পৰে।

চিন্তা

বাস্তু শাস্ত্ৰত কাউৰীৰ বিষয়ে বিভিন্ন বৰ্ণনা পোৱা যায়। একাধিক কাউৰীয়ে একেলগে বহি ঘৰৰ কোনো এটা বিশেষ অংশত চিঞৰিলে তাৰ অৰ্থ হ’ল বিপদ ওচৰ চাপি অহা।

বাস্তু শাস্ত্ৰ

বিষ্ণু পুৰাণৰ মতে কাউৰীক পূৰ্বপুৰুষৰ প্ৰতীক বুলি গণ্য কৰা হয়। আৰু কাউৰীয়ে পূৰ্বপুৰুষৰ আগমনক প্ৰতিনিধিত্ব কৰে বুলি বিশ্বাস কৰা হয়।

বিষ্ণু পুৰাণ

পিতৃ পক্ষৰ পৰা কাউৰী ঘৰলৈ আহিলে তাক খেদি পঠিওৱাটো নিষেধ। সেই সময়ত পূৰ্বপুৰুষসকলে কাউৰীৰ ৰূপত আহি পানী খায় বুলি বিশ্বাস কৰা হয়।

পিতৃ পক্ষ

এই প্ৰতিবেদনত উপস্থাপন কৰা তথ্য বাস্তু শাস্ত্ৰ তথা লোক বিশ্বাসৰ আধাৰত কোৱা হৈছে। এই ক্ষেত্ৰত TV9 Assam- এ কোনো নিজা মতামত প্ৰকাশ কৰা নাই।

বিশেষ দ্ৰষ্টব্য

পঢ়িবলৈ ক্লিক কৰক 

পুৰুষৰ স্তন বৃদ্ধিৰ আঁৰত থাকিব পাৰে বিপদ