মুখৰ উজ্বলতাৰ বাবে কৰক এই যোগাসন

20 June 2025

TV9 ASSAM

যোগাসনৰ বহু উপকাৰিতা আছে। ই মানুহক শাৰীৰিক আৰু মানসিকভাবে সুস্থ কৰি ৰখাত সহায় কৰে। ইয়াৰোপৰি যোগাসনে আপোনাৰ মুখত বয়সৰ প্ৰভাৱ পৰাত বাধা দিয়ে।

যোগাসন

এই যোগাসনে আপোনাৰ মুখ প্ৰাকৃতিকভাৱে উজ্বল কৰি তুলিব। কেই চেকেণ্ডমান এই আসনত থাকিব লাগে। ইয়াৰ ফলত আপোনাৰ সৌন্দৰ্যৰ লগতে মন বিকাশ হ'ব।

সৰ্বগাসন

এই যোগাসন মুখৰ ছাল টান কৰি বয়সৰ প্ৰভাৱ পৰাত বাধা দিয়ে। ইয়াৰোপৰি শৰীৰকো সুস্থ কৰি ৰাখে। এই যোগাসনে আপোনাক মানসিকভাবেও শান্তি প্ৰদান কৰিব।

ভুজংগাসন

এই যোগাসন অতি সহজ। ই আপোনাৰ মুখৰ উজ্বলতা অনাত সহায় কৰিব। লগতে ই পেশী মজবুত কৰে। প্ৰতিদিনে এই যোগাসন কৰিব পাৰে। ই আপোনাক মানসিক শান্তিও দিব।

ত্ৰিকোনাসন

এই যোগাসনে শৰীৰক ডিটক্স কৰে আৰু ছালৰ উজ্বলতা অনাত সহায় কৰে। প্ৰতিদিনে এই যোগাসন কৰিব পাৰে। ই আপোনাৰ কঁকাল আৰু কান্ধ মজবুত কৰাতো সহায় কৰিব।

হলাসন

এই যোগাসন শৰীৰক সুস্থ কৰাত সহায় কৰে। ইয়াৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়। ইয়াৰোপৰি ই ভৰি আৰু আঁঠু মজবুত কৰাত সহায় কৰে। ই সৌন্দৰ্য অনাৰ বাবেও সহায়ক হয়।

উটকাটাসন

যোগাসনৰ লগতে আপুনি খাদ্যভাসত গুৰুত্ব দিয়া আৱশ্যক।  আপুনি প্ৰটিনযুক্ত খাদ্য, কোলেজন থকা খাদ্য আদি খাব লাগে। ইয়াৰোপৰি জাংক ফুল,বেছি তেল থকা খাদ্য পৰিহাৰ কৰিব লাগে।

ডায়েট

পঢ়িবলৈ ক্লিক কৰক 

ভিটামিন B7 অভাৱৰ লক্ষণ