বায়'টিনৰ অভাৱ হ'লে শৰীৰত দেখা দিয়া লক্ষণসমূহ...

19 June 2025

TV9 ASSAM

ভিটামিন B7 বা বায়'টিন শৰীৰৰ বাবে অতি গুৰুত্বপূৰ্ণ। যেতিয়া শৰীৰত ইয়াৰ অভাৱ হয় তেন্তে বিভিন্ন লক্ষণে দেখা দিয়ে। ইয়াৰ বিষয়ে জনা দৰকাৰ।

ভিটামিন B7

যেতিয়া শৰীৰত বায়'টিনৰ অভাৱ হয় তেতিয়া চুলি সৰিবলৈ আৰম্ভ কৰে। আনকি দেহত থকা নোমসমূহো সৰিবলৈ আৰম্ভ কৰে। গতিকে ইয়াৰ লগতে অন্য লক্ষণসমূহো লক্ষ্য কৰিব লাগে।

চুলি সৰা 

বিশেষকৈ চকু, নাক, মুখ আৰু যৌনাংগৰ চাৰিওফালে ৰঙা ফোঁহা হ'ব পাৰে। ছাল শুকান হোৱা আৰু মুখৰ চুকত ফাট মেলাও হ’ব পাৰে বায়'টিন অভাৱৰ লক্ষণ।

ছাল

 বায়'টিনে নখৰ স্বাস্থ্যতো প্ৰভাৱ পেলায়। যেতিয়া শৰীৰত  ইয়াৰ অভাৱ হয় তেতিয়া নখ দুৰ্বল,নখ ভঙা আদি হোৱাৰ সম্ভাৱনা থাকে। শৰীৰৰ বাবে বায়টিন অতি প্ৰয়োজনীয়।

নখ

বায়’টিন শক্তি উৎপাদনৰ লগত জড়িত, গতিকে ইয়াৰ অভাৱত ভাগৰ আৰু অলসতাৰ অনুভৱ হ’ব পাৰে। কষ্ট নকৰাকৈ ভাগৰ লাগিব পাৰে।

ভাগৰ

অধিক গুৰুতৰ ক্ষেত্ৰত বায়’টিনৰ অভাৱে স্নায়ুতন্ত্ৰত প্ৰভাৱ পেলাব পাৰে, যাৰ ফলত হতাশা, অলসতা, হাত-ভৰি টিংটিং বা অজ্ঞান হৈ পৰে।

স্নায়ু

ইয়াত কিছুমান সাধাৰণ লক্ষণৰ বিষয়ে উল্লেখ কৰা হৈছে। বায়'টিনৰ অভাৱত অন্য লক্ষণেও দেখা দিব পাৰে। অধিক জানিবলৈ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা দৰকাৰ।

 চিকিৎসক

পঢ়িবলৈ ক্লিক কৰক 

ছালৰ সংক্ৰমণৰ লক্ষণ