9 Jan 2026
TV9 ASSAM
ইনষ্টাগ্ৰামত ভিডিঅ' আৰু ফটো আপলোড কৰাৰ পিছতো follower বাঢ়ি যোৱাৰ নাম নলয় নেকি, কিন্তু কিয়?
যদি আপুনি Follower বঢ়াব বিচাৰে তেন্তে গোটেই প্ৰ'ফাইলটো মেণ্টেইন কৰাটো জৰুৰী।
প্ৰ'ফাইলৰ ফটো ভাল হ'ব লাগিব। আপুনি বায়'ত যিবোৰ বস্তু দিব সেয়া আকৰ্ষণীয় হোৱাটো উচিত।
সদায় ক্ৰিয়েটিভ পোষ্ট দিয়ক। ইয়াৰ উপৰিও এটা ভাল কেপচন সদায় জৰুৰী।
প্ৰতিটো সপ্তাহত ৩-৪ টা পোষ্ট দিয়ক। আপোনাৰ পোষ্টত অহা প্ৰতিটো কমেণ্টৰ উত্তৰ দিয়ক আৰু মাজে মাজে লাইভ আহক।
ইনষ্টাগ্ৰামত পোষ্ট কৰিলে সঠিক হেজটেগ দিবলৈ নাপাহৰিব। হেজটেগে আপোনাৰ পোষ্টটো বহুজনৰ ওচৰলৈ লৈ যায়।
প্ৰ'ফালই ফটোৰ পৰা পোষ্টলৈ সকলো সঠিকভাৱে ৰাখিলে আপোনাৰ ফ'লোৱাৰ বাঢ়ি যাব।
পঢ়িবলৈ ক্লিক কৰক