14 AUG 2025
TV9 ASSAM
Credits: AP/ PTI/ Unsplash/Getty
২০২৫ চনৰ ১৫ আগষ্টত দেশত ৭৯ সংখ্যক স্বাধীনতা দিৱস। লালকিল্লাত পতাকা উত্তোলন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে।
প্ৰতিবছৰে ২৬ জানুৱাৰীত দেশৰ সংবিধান কাৰ্যকৰী হোৱাৰ দিনটোত গণৰাজ্য দিৱস উদযাপন কৰা হয়।
স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰীয়ে পতাকা উত্তোলন কৰে আৰু গণৰাজ্য দিৱসত ৰাষ্ট্ৰপতিয়ে পতাকা উৰুৱাই।
পতাকা উত্তোলন আৰু পতাকা উৰুওৱাৰ মাজত পাৰ্থক্য আছে। দুয়োটাৰ মাজত কিমান পাৰ্থক্য আছে জানক...
পতাকা খুঁটাত ত্ৰিৰংগাক তলৰ পৰা ওপৰলৈ উঠালে ইয়াক পতাকা উত্তোলন বোলা হয়।
গণৰাজ্য দিৱসত ইতিমধ্যে খুঁটাত বান্ধি থোৱা ৰচিডাল টানি পতাকা উৰুওৱা হয়।
চাবলৈ ক্লিক কৰক