অমিতা এবিধ পুষ্টিকৰ ফল।
19 AUG 2025
TV9 ASSAM
আমাৰ পাচনতন্ত্ৰৰ স্বাস্থ্য যতন লোৱাৰ বাবে পকা অমিতা অতি উপকাৰী।
উপকাৰ
দাঁতৰ বিষৰ সমস্যাৰ পৰা পৰিত্রাণ পোৱাটো অমিতাই সহায় কৰে।
উপকাৰ
পকা অমিতাত খাদ্য আঁহ থাকে, যিয়ে পাচনতন্ত্ৰৰ স্বাস্থ্য উন্নত কৰাত সহায় কৰে।
উপকাৰ
এই ফলত যথেষ্ট পৰিমাণে ভিটামিন চি, বিটা-কেৰটিন থাকে।
উপকাৰ
অমিতাত থকা এন্টিঅক্সিডেন্ট আৰু ভিটামিন এ-য়ে ছালৰ উজ্জ্বলতা বৃদ্ধি কৰে।
উপকাৰ
গতিকে সুস্বাস্থ্যৰ বাবে খাদ্যৰ তালিকাত পকা অমিতা অন্তৰ্ভুক্ত কৰক ।
উপকাৰ
মনত ৰাখীব, যিকোনো বস্তুৰ অত্যাধিকটো বেয়া, সেয়ে হিচাপত খাব।
গুৰুত্বপূৰ্ণ
ওদালগুৰিত বিপিএফৰ বিশাল আশীৰ্বাদ যাত্ৰা।
লগতে পঢ়ক
Learn more