ভোলেনাথে ভক্তৰ ভক্তি অতি সহজে গ্ৰহণ কৰে।

5 july 2025

TV9 ASSAM

বিশ্বাস অনুসৰি, ভগৱান শিৱক সত্য হৃদয়েৰে পূজা কৰে, তেন্তে সোনকালে সুখী হয়। 

শিৱ পূজা

শাওনত ভগৱান শিৱ অতি সোনকালে ভক্তৰ ভক্তিত সন্তুষ্ট হৈ আশীৰ্বাদ দিয়ে। 

পূজা

ভক্তি আৰু নিৰ্মল অন্তৰেৰে যদি ভোলেনাথক পানীও আগবঢ়ালে ভোলেনাথ সুখী হয়।

শাওন মাহ

শাওনত ৰাতিপুৱা সাৰ পাই গা ধুই সূৰ্য দেৱতাক পানী আগবঢ়াওক।

নিয়ম

ইয়াৰ পিছত দৈ, গাখীৰ, ঘিউ, মৌ আৰু গংগা পানী মিহলাই শিৱলিংগত অভিষেক কৰিব।

নিয়ম

তাৰ পিছত শিৱলিংগত বেলপাত, পান-তামোল, অক্ষত, ফলমূল আদি আগবঢ়াব।

নিয়ম

তাৰ পিছত মহাদেৱৰ আৰতি কৰি মন্ত্ৰ জপ কৰক।

নিয়ম

চাবলৈ ক্লিক কৰক 

আজি সোণ-ৰূপৰ মূল্যই আচৰিত কৰিব আপোনাক!