সদায় ওঁঠৰ যতন লোৱা উচিত।
28 AUG 2025
TV9 ASSAM
বিশেষকৈ ওঁঠ ফটা সমস্যাই আমাক সাংঘাটিক কষ্ট দিয়ে ।
কষ্ট পায়
শীতকালতে নহয়, বহুতৰে গৰম দিনতো ওঁঠ ফাটে।
ওঁঠ ফটা
শৰীৰত পানীৰ অভাৱৰ বাবে ডিহাইড্ৰেচন হয় আৰু ওঁঠ ফাটে।
কাৰণ
সপ্তাহত দুবাৰকৈ ওঁঠজুৰি স্ক্ৰাব কৰা দৰকাৰ ।
যতন
মৌৰ লগত গ্লিচাৰিন অথবা গোলাপ জল মিহলাই লগালেও সু-ফল পাব।
যতন
কেঁচা গাখীৰ তুলাৰে ব্যৱহাৰ কৰিব পাৰো। ই যথেষ্ঠ উপকাৰী।
উপকাৰ
ওঁঠৰ গোলাপী ৰং ঘূৰাই আনিবলৈ বিটৰ ৰস ব্যৱহাৰ কৰিব পাৰে ।
যতন
লগতে পঢ়ক
গুপ্তাংগৰ নোম আঁতৰোৱাটো উচিত নে অনুচিত?
Learn more