গৰমৰ দিনত ঘামৰ দুৰ্গন্ধ নাইকীয়া কৰাৰ উপায়

12 May 2025

TV9 ASSAM

Credits: Getty Images

গৰমৰ দিনত অত্যাধিক ঘাম ওলোৱাটো স্বাভাৱিক যদিও কেতিয়াবা এই ঘামৰ পৰা গোন্ধ ওলায়।

 ঘাম ওলোৱাটো স্বাভাৱিক

এই ঘামৰ দুৰ্গন্ধ কেনেকৈ নাইকিয়া কৰিব পাৰি ? এই প্ৰতিবেদনৰ জৰিয়তে উপায়সমূহ জানক ।

উপায়সমূহ

নিয়মীয়াকৈ পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিব লাগে, দিনটোত কমেও দুবাৰ গা ধুব লাগে, বিশেষকৈ গৰমৰ দিনত।

ৰিষ্কাৰ-পৰিচ্ছন্নতা

নিয়মীয়া চাবোনৰ সলনি এন্টিচেপ্টিক বা এন্টিবেক্টেৰিয়েল চাবোন ব্যৱহাৰ কৰক, যাৰ ফলত ছালৰ বেক্টেৰিয়া নাশ হয় আৰু দুৰ্গন্ধ কম হয়।

এন্টিবেক্টেৰিয়েল চাবোন

গা ধোৱাৰ পিছত বা ঘৰৰ পৰা ওলোৱাৰ আগতে ডিঅ’ডৰেণ্ট বা এন্টিপাৰ্স্পিৰেণ্ট  ব্যৱহাৰ কৰক।

এন্টিপাৰ্স্পিৰেণ্ট

লঘু আৰু কপাহী কাপোৰ পিন্ধক । কপাহী কাপোৰে শৰীৰৰ মাজেৰে বায়ু চলাচল কৰিবলৈ দিয়ে আৰু ঘাম সহজে শুকাই যায়।

কপাহী কাপোৰ পিন্ধক

পিঁয়াজ, নহৰু, মছলা, বা প্ৰচুৰ তেল থকা খাদ্যই শৰীৰৰ প্ৰবল দুৰ্গন্ধ সৃষ্টি কৰিব পাৰে। এইবোৰ কমকৈ খালে ঘামৰ গোন্ধ বহু পৰিমাণে কমি যাব।

খাদ্য

পঢ়িবলৈ ক্লিক কৰক

ফেটি লিভাৰত কেনেধৰণৰ খাদ্য খাব লাগে ?