ঔষধ অবিহনে আঁতৰ হ'ব মাইগ্ৰেইনৰ সমস্যা!

5 May 2025

TV9 ASSAM

মাইগ্ৰেইন হৈছে মূৰৰ এফালে হোৱা প্ৰচণ্ড বিষ। এই বিষ ভয়ংকৰ যন্ত্ৰণাতকৈ অধিক আমনিদায়ক।

মাইগ্ৰেইন

পেনকিলাৰ খালেও মাইগ্ৰেইনৰ বিষ ভাল নহয়। বাম ব্যৱহাৰ কৰাৰ পাছতো মাইগ্ৰেইন নকমে।

পেনকিলাৰ

মাইগ্ৰেইনৰ সমস্যা থকা লোকসকলে চকলেট, ধঁপাত, সুৰা, জাংক ফুড আদিৰ পৰা আঁতৰি থাকক।

এই বস্তুৰ পৰা আঁতৰি থাকক

ঔষধ অবিহনে মাইগ্ৰেইনৰ সমস্যা নোহোৱা কৰিব পাৰি। ইয়াৰ বিষয়ে সবিশেষ জানো আহক।

ঔষধ

বিভিন্ন ৰোগত মানুহে আদা ব্যৱহাৰ কৰে। আদাই মাইগ্ৰেইন, বমি আদি সমস্যাও নোহোৱা কৰিব পাৰে।

আদা

ব্যায়ামেও মাইগ্ৰেইনৰ সমস্যা দূৰ কৰিব পাৰে। ইয়াৰ বাবে সঠিক ৰুটিন বনাই লওক।

ব্যায়াম

ইয়াৰ লগতে ৭ৰ পৰা ৮ ঘণ্টা টোপনি যোৱাটো নিশ্চিত কৰক। টোপনিয়ে মানসিক চাপৰ আঁতৰ কৰে, যিয়ে মাইগ্ৰেইনৰ পৰা হাত সাৰিবলৈ সহায় কৰে ।

টোপনি

চাবলৈ ক্লিক কৰক 

ভ্ৰমণৰ সময়ত বমি